• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কলকাতাৰ পৰা ওভতাৰ পথত ৰে’লৰ মজিয়াতে শুবলৈ বাধ্য কৰা হ’ল আইজল এফ চিৰ খেলুৱৈক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2018 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে নাম থকা আইজল ফুটবল ক্লাবৰ ১৯ অনূৰ্ধ্ব ১৮গৰাকী খেলুৱৈয়ে কলকাতাৰ পৰা গুৱাহাটীলৈ আহি থকা পথত ৰে’লৰ মজিয়াতে শুব লগীয়া হোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাই সকলোৰে চকু কপালত তুলিছে। জানিব পৰা মতে তেওঁলোকৰ হাতত কনফাৰ্ম টিকট নাছিল। এইদৰেই আইজলৰ ফুটবল দলৰ খেলুৱৈসকলে কলকাতাৰ পৰা ১৬ ঘণ্টীয়া ৰে’ল যাত্ৰা কৰিব লগীয়া হৈছে। তেওঁলোকে মহানগৰখনত জুনিয়ৰ টুৰ্নামেণ্ট এখনত খেলি ঘৰলৈ বুলি উভতি আহিছিল।

দিনটো প্ৰতিযোগিতাত খেল খেলি ক্লান্ত হৈ পৰা ফুটবল খেলুৱৈকেইগৰাকীয়ে শনিবাৰে ৰে’লত উঠিহে গম পায় যে তেওঁলোকৰ কনফাৰ্ম টিকট নাই।

Apply Now

এই যুৱ খেলুৱৈ কেইগৰাকীয়ে গোটেই বাট মজিয়াত শুই আহিবলৈ বাধ্য হৈছিল। কেইজনমানে আনকি আসনৰ তলত শুইছিল আৰু বাকী বিলাকে সাময়িকভাৱে খালী হোৱা আসনত বহি জিৰণি লৈছিল যদিও সংৰক্ষিত আসনৰ যাত্ৰী আহি পোৱাৰ লগে লগে তাৰ পৰাও উঠি দিব লগীয়া হৈছিল।

‘’কিছুমান খেলুৱৈয়ে ঘণ্টাৰ পিছত ধৰি ঘণ্টা থিয় হৈ আহিছিল আৰু আনকি জিৰণি ল’বলৈকো কোনো আসন বিচাৰি পোৱা নাছিল। কিছুমানে শৌচাগাৰৰ কাষতে শুই দিছিল,’’- ৰে’লখনৰ এগৰাকী যাত্ৰীয়ে এইদৰে কয়।

সংশ্লিষ্ট বিষয়াসকলে খেলুৱৈসকলৰ প্ৰতি দেখুওৱা অসন্মান তথা দায়িত্বহীনতাৰ নমুনাই ছ’চিয়েল মিডিয়াত ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

খেলুৱৈ কেইগৰাকীৰ দুৰ্দশাৰ কিছু ছবি আপলোড কৰা ঋষিত মিত্ৰই কয় যে সংশ্লিষ্ট বিষয়াসকলে প্ৰদৰ্শন কৰা উদাসীনতাত তেওঁ আচৰিত হৈ পৰিছিল।

‘সংৰক্ষণ নাই, আসন নাই আৰু ভৱিষ্যতৰ নায়কসকলে শৌচাগাৰৰ কাষত স্থান পাইছে। ১৮ গৰাকী খেলুৱৈ ইপিনে-সিপিনে সিঁচৰতি হৈ পৰি আছে। এনেকৈয়ে আমাৰ ভাৰতীয় ফুটবলৰ বিকাশ হ’ব ? আমি যদি তেওঁলোকক বুনিয়াদী সুবিধাখিনিয়ে দিব নোৱাৰো কিয় এটি শিশুৱে ফুটবল খেলাৰ সপোন দেখিব?’’ –মিত্ৰই ফেচবুকত এনেদৰে লিখিছে।

‘’মই নাজানো এয়া বিষয়াসকলৰ নে আয়োজক কমিটিৰ ভুল, কিন্তু এই ল’ৰাবোৰৰ দুৰ্দশাগ্ৰস্ত অৱস্থাটো দেখি মই দুখ পাইছো,’’-তেওঁ লিখিছে।

‘’তেওঁলোকৰ যথেষ্ট আত্মসন্মান আৰু মৰ্যাদা আছে। সেয়েহে তেওঁলোকৰ কেইজনমানে মোৰ আসনখন আগবঢ়াই দিওঁতে ভদ্ৰভাৱে অস্বীকাৰ কৰিছিল কিয়নো তেওঁলোকৰ সতীৰ্থসকলে বহিবলৈ কোনো আসন পোৱা নাছিল।‘’

‘’ভাৰতৰ  ফুটবল গোষ্ঠীৰ এইয়া লজ্জাজনক,’’-তেওঁৰ প’ষ্টত মিত্ৰই উল্লেখ কৰিছে।

মিজোৰামৰ আইজল এফ চি দলটো  ১৯৮৪ চনত গঠন হৈছিল আৰু ২০১৫ ৰ আই-লীগৰ দ্বিতীয় ডিভিজনত বিজয়ী হোৱাৰ পিছত  ২০১৫-১৬ত ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ লীগ আই-লীগত প্ৰৱেশৰ সুযোগ লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd