• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ মনোমোহা দৃশ্যত শ্বুটিঙত ব্যস্ত MTV ৰোডিজৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 12:05 pm
Neha dhupia
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল টেলিভিছন MTV ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ৰোডিজ এক্সট্ৰিম চিজন ১৬ৰ দলটো চিত্ৰগ্ৰহণৰ বাবে ব্যস্ত থকা পৰিলক্ষিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

এই জনপ্ৰিয় ৰিয়েলিটি শ্ব’টোৰ চিত্ৰগ্ৰহণৰ বাবে অসমলৈ আহিছে গেং লীডাৰ নেহা ধুপীয়া, নিখিল চিনাপা, ৰাফতাৰ আৰু প্ৰিন্স নাৰুলা ।

Apply Now

উল্লেখ্য যে ৰোডিজৰ এই গেং লীডাৰসকল দৃশ্যগ্ৰহণৰ বাবে অসমত উপস্থিত হোৱাৰ পূৰ্বে মেঘালয়ৰ শ্বিলঙতো দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে। কাজিৰঙাৰ মনোমোহা ঠাইত দৃশ্যগ্ৰহণত ব্যস্ত থকা এই দলটোৱে ইয়াৰ পাছত যাব ভালুকপুং, ইটানগৰ আৰু জিৰোলৈ।

এই শ্ব’টোৰ বিশেষ আকৰ্ষণ ৰনবিজয় সিঙে এইবাৰ ৰিং মাষ্টাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰা দেখা যাব। উল্লেখ্য যে ৰনবিজয়ে এই শ্ব’টোৰ আৰম্ভণি কৰিছিল এজন প্ৰতিযোগী হিচাপে।

অভিনেত্ৰী নেহা ধুপীয়াই উল্লেখ কৰি কয় যে বিভিন্ন বাধা থকা স্বত্ত্বেও শ্ব’টোৰ প্ৰতি থকা অদম্য প্ৰীতিৰ বাবে মই পুনৰ শ্ব’টোৰ মাজলৈ উভটি আহিছো।

আনহাতে ৰনবিজয়ে কয়- এইবাৰ আমি ৰোডিজৰ দৃশ্যগ্ৰহণৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ আহিছো কাৰণ এই অঞ্চলটো অতিকৈ আকৰ্ষণীয়।

‘উষ্ণতা আৰু বাসপযোগীৰ বাবে উৎকৃষ্ট.. আমি প্ৰাকৃতিক সৌন্দৰ্যতাৰ বাবে উত্তৰ-পূবলৈ আহিছো.. তাৰোপৰি উত্তৰ-পূবক মই বহু ভাল পাওঁ, এইদৰে ৰোডিজৰ প্ৰথম সংস্কৰণৰ বিজেতা ৰনবিজয়ে মত ব্যক্ত কৰে।

উল্লেখ্য যে MTV যোগে প্ৰচাৰিত ৰোডিজ হ’ল সম্পূৰ্ণ যুৱকসকলৰ এক ৰিয়েলিটি শ্ব’। এই শ্ব’টো প্ৰথম প্ৰচাৰ হৈছিল ২০০৩ চনত। ৰোডিজত বিভিন্ন প্ৰতিযোগী থাকে আৰু প্ৰতিযোগীসকলে শ্ব’টোৰ নিয়ম অনুযায়ী শাৰিৰীক আৰু মানসিক শক্তি প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ কাৰু-কাৰ্য সম্পন্ন কৰিব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd