• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাঠমাণ্ডুত তাপমাত্ৰা নামিল, গোটেই নেপালত কুঁৱলীৰ আচ্ছাদন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 4:55 pm
কাঠমাণ্ডু

কাঠমাণ্ডুৰ প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰৰ দিনটো বছৰটোৰ আটাইতকৈ ঠাণ্ডা দিন হিচাপে পৰিগণিত হৈছে কাঠমাণ্ডু। নিম্নতম তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলচিয়াছলৈ নমা কাঠমাণ্ডু উপত্যকাত জনসাধাৰণে বৃহস্পতিবাৰে বছৰটোৰ এতিয়ালৈকে আটাইতকৈ ঠাণ্ডা দিনটোৰ অভিজ্ঞতা লাভ কৰিলে। কাঠমাণ্ডু প’ষ্টত এই বাতৰি প্ৰকাশ পাইছে।

বুধবাৰে ৰাতিপুৱা কাঠমাণ্ডুৰ তাপমাত্ৰা ২.২ ডিগ্ৰী চেলচিয়াছলৈ নামিছিল। ইয়াৰ আগেয়ে যোৱা ১৬ ডিচেম্বৰত কাঠমাণ্ডু উপত্যকাৰ নিম্নতম তাপমাত্ৰা ২.৮ ডিগ্ৰী চেলচিয়াছলৈ নামিছিল।

Apply Now

বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানী বৰুণ পড়ুৱেলে জনোৱা অনুসৰি তাপমাত্ৰাৰ এনে নিম্নগামিতা শীতকালত তেনেই স্বাভাৱিক।

‘’ আমি শীতকালৰ মাজভাগত আহি উপস্থিত হৈছো। ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা ১৫ জানুৱাৰিলৈকে এই সময়ছোৱাত তাপমাত্ৰাৰ এনে নিম্নগামীতা সাধাৰণতে আশা কৰিব পাৰি,’’-পডুৱেলে কয়। ‘’ হিমালয় অঞ্চলৰ মাজেৰে অহা  উত্তৰ-পশ্চিমৰ পৰা বলা বতাহৰ ফলত তাপমাত্ৰা এনেদৰে নিম্নগামী হৈ পৰে,’’-তেওঁ কয়।

‘’ৰাতিটোৰ ভিতৰতে ভূমিভাগ ঠাণ্ডা হৈ পৰে। শীতকালি এয়া দীঘলীয়া সময়ৰ বাবে হয়। ঠাণ্ডা ভূমিভাগে ৰাতিপুৱাৰ ভাগত কুঁৱলীৰ সৃষ্টি কৰে। অৱশ্যে, আকাশ ফৰকাল হৈ অহাৰ লগে লগে কুঁৱলী আঁতৰি যায়,’’-পডুৱেলে জনায়।

বতৰ বিজ্ঞান কেন্দ্ৰৰ বুধবাৰৰ ৰাতিপুৱাৰ বাতৰি মতে দেশখনৰ বিভিন্ন স্থানত তাপমাত্ৰা নিম্নগামী হৈ পৰিছে।

ধাৰাবাহিক ডাঁঠ কুঁৱলীৰ বাবে দক্ষিণাঞ্চলৰ সমতলত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত হৈ পৰিছে। ধনুষা জিলাৰ স্থানীয় কৰ্তৃপক্ষই তাপমাত্ৰাৰ নিম্নগামীতাৰ ফলত হোৱা শীতপ্ৰবাহৰ বাবে সকলো চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কুঁৱলীৰ বাবে জনসাধাৰণে তেওঁলোকৰ দৈনন্দিন জীৱন পলমকৈ আৰম্ভ কৰিবলগীয়া হৈছে। কম পোহৰৰ বাবে যান বাহনৰ চলাচল স্থবিৰ হৈ পৰিছে। জিলা শিক্ষা বিষয়া য়াম বাহাদূৰ খাড়কাই কয় যে যদিও শীতৰ বন্ধ জিলাখনত জানুৱাৰিৰ মাজভাগত আৰম্ভ হয়, কৰ্তৃপক্ষই অতিপাত ঠাণ্ডাৰ বাবে স্কুলসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই আনহাতে কৈছে যে তৰাই অঞ্চলত চলি থকা শীতপ্ৰবাহ ঠাণ্ডা বতাহৰ বাবে নহয়, কিন্তু ঠাণ্ডা গভাৰ বতাহৰ বাবেহে আৰু সেয়া আবেলিৰ পৰত নোহোৱা হৈ পৰে।

‘’তৰাইত দেখা যোৱা কুঁৱলী ভাৰতীয় সীমান্ত ৰাজ্য উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে একে। উলম্ব প্ৰবাহৰ আৰু ভাৰতীয় দিশৰ পৰা সোমাই অহা তৰাইৰ গভীৰ কুঁৱলীৰ আচ্ছাদন হৈছে তৰল কুঁৱলী,’’- পডুৱেলে কয়।

শীত প্ৰবাহৰ ক্ষেত্ৰত এনে কুঁৱলী কমেও ৪৮ ঘন্টা থাকে আৰু লাহে লাহে কমি আহে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd