• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’ব লগীয়া অম্বুবাচী মেলাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বিষয়াৰে মুখ্য মন্ত্ৰী সোণোৱালৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2018 8:39 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম ধৰ্মীয় পীঠস্থান কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক অম্বুবাচী মেলা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত কামাখ্যাত এক পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়।

বৈঠ্যকতে মুখ্য মন্ত্ৰী গৰাকীয়ে অগণন দেশী-বিদেশীয় ধৰ্মীয় পৰ্যটকৰ আকৰ্ষণস্থলী কামাখ্যা দেৱীৰ মন্দিৰত অনুষ্ঠিত হ’ব লগীয়া অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰতিটো বিভাগক নিষ্ঠা সহকাৰে কাম কৰিবলৈ কয়।

Apply Now

লগতে অম্বুবাচী মেলাৰ সময়ত অহা ভক্ত সকলে যাতে কোনোধৰণৰ অসুবিধা ভোগ কৰিব নকৰে তাক নিশ্চিত কৰাৰ বাবেও মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে।

তাৰোপৰি বিদ্যুৎ, খোৱাপানীকে ধৰি সমস্যা সমূহৰ ওপৰত সংশ্লিষ্ট বিভাগক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে যাতায়াতৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈও পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে শিশু সকলৰ বাবে বিশেষ কোষ গঠন কৰাৰ বাবে স্বাস্থ্য বিভাগক, মেলাৰ সময়ত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ধৰাৰ বাবে বিদ্যুৎ বিভাগক জেনেৰটৰ মজুত ৰখাৰ বাবে নিৰ্দেশ দিয়ে।

ইফালে অসমৰ ৯৮ খন চহৰত অম্বুবাচী মেলাৰ সম্পৰ্কত প্ৰচাৰ অভিযান চলাবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে পৰ্যটন বিভাগক নিৰ্দেশ দিয়ে।

আৰক্ষী বিভাগকো মেলাৰ সময়ত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। লগতে মেলাৰ সময়ত গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ৰেল বিভাগ, পৌৰ নিগম, জি এম ডি এ আৰু বিদ্যুৎ বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকৰ অন্তত মুখ্য মন্ত্ৰী গৰাকীয়ে স্বেচ্ছাসেৱকৰ কামত জড়িত হ’ব লগীয়া ছাত্ৰ-ছাত্ৰী সকলক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত নিৰ্দেশ দিয়ে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে অম্বুবাচী মেলাত উৎকৃষ্ট সেৱা আগবঢ়োৱা ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানক মুখ্য মন্ত্ৰীৰ সেৱা বঁটা আগবঢ়োৱাৰ উপৰি বিশেষ দক্ষতা প্ৰদৰ্শন কৰা বিভাগক সম্বৰ্দ্ধনা জনোৱা হ’ব বুলি কয়।

আজিৰ বৈঠকত পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বুজৰবৰুৱা আৰু উপাধ্যক্ষ নৱদীপ কলিতা, ৰে’ল বিভাগ, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ উপৰি বৰদেউৰী সমাজৰ দলৈ উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd