• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কামৰূপ (ম) জিলাৰ তিনিগৰাকী অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে ৰাজহ আয়ুক্তক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2018 11:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ মহানগৰ জিলাৰ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তিনিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ মুখ্য মন্ত্ৰীৰ।

মুখ্য মন্ত্ৰীৰ সভা কক্ষত তেওঁৰ অধ্যক্ষতাত ৰাজ্যৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ এক পৰ্য্যালোচনা বৈঠকত ৰাজহ বিভাগৰ আয়ুক্ত সচিবক সৰ্বানন্দ সোণোৱালে আজি নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে এন ই নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা জনোৱা হৈছে।

Apply Now

কামৰূপ জিলা প্ৰশাসনে আধুনিক ৰেকৰ্দ ৰুম স্থাপনৰ বাবে প্ৰয়োজনীয় স্থান নিৰ্ধাৰণ কৰিব নোৱৰা বাবে জিলাখনৰ ভূমি সংক্ৰান্তীয় তথ্য আজিলৈকে অনলাইনযোগে উপলব্ধ হোৱা নাই।

তাৰোপৰি স্থাৱৰ সম্পত্তি হস্তান্তৰৰ ক্ষেত্ৰত অনলাইনযোগে আপত্তিবিহীনতাৰ প্ৰমাণ পত্ৰ দিয়াৰ কামো কামৰূপ মহানগৰ জিলাত হোৱা নাই।

সকলো ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পিছতো এই কাম আৰম্ভ নকৰাৰ বাবে আজি মুখ্য মন্ত্ৰীয়ে বিষয়াকেইজনৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিয়ে বুলি কোৱা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে অসমৰ ভূমি সংক্ৰান্তীয় তথ্যসমূহ অনলাইনযোগে উপলব্ধ কৰাৰ প্ৰক্ৰিয়া ২৫ খন জিলাত ইতিমধ্যে সম্পন্ন হৈছে। এই সংক্ৰান্তীয় তথ্য-পাতি ডিজিটাইজ কৰা হৈছে। এই জিলাসমূহৰ ভূমি নথি, মানচিত্ৰ আদি ৰাইজে www.revenueassam.nic.inত সহজে চাব পাৰিব। বাকী জিলাসমূহতো এই কাম চলি আছে আৰু অতিশীঘ্ৰে ই সম্পূৰ্ণ হৈ উঠিব।

তাৰোপৰি ৰাজ্যৰ ৫২ টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আধুনিক ৰেকৰ্দ ৰুম স্থাপন কৰা হৈছে আৰু পৰ্য্যায়ক্ৰমে অইন কাৰ্য্যালয়সমূহতো এনে ৰেকৰ্দ ৰুম স্থাপন কৰা হ’ব বুলি বিবৃতিটোত কোৱা হৈছে।

যিবিলাক ধৰ্মীয় অনুষ্ঠানৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিছে সিবোৰৰ বাৰ্ষিক অনুদান এক লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

ৰাজ্যত ২০০০ জন গাওঁবুঢ়া নিযুক্তিৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে ৰাজহ বিভাগক এই বৈঠকতে মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকতে বাজেটত ঘোষিত চৰকাৰী অনুষ্ঠান পাতিবৰ বাবে ভূমি আবণ্টনৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলাৰ উপায়ুক্তই সিদ্ধান্ত ল’ব পাৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস আৰু কেবাজনো আমোলা, মুখ্য মন্ত্ৰীৰ উপদেষ্টা আদিও উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd