• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেবিনেট, বিধান সভাৰ বিশেষ অধিৱেশনৰ পোষকতা, নাগৰিকত্ব বিধেয়ক ‘সংবিধানবিৰোধী’ : অগপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2018 11:22 pm
agp press meet against citizenship amendment bill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধন বিধেয়কক লৈ কেবিনেট বৈঠকৰ প্ৰস্তাৱ দিব অগপ ( AGP )ই। ‘দলৰ সিদ্ধান্ত অনুসৰি তিনিগৰাকী কেবিনেট মন্ত্ৰীক কেবিনেটৰ বৈঠকত নিজাববীয়াকৈ সমস্ত বিষয়টো উত্থাপন কৰি ব্যৱস্থা গ্ৰহণ কৰিৰ বাবে দলে পৰামৰ্শ দিছো।’ অগপৰ আমবাৰীস্থিত কাৰ্য্যালয়ত এক সংবাদ মেলত আজি ১০ মে’ত এই কথা সদৰী কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।

‘আমাৰ স্পষ্ট কথা এই বিধেয়কখন ভাৰতীয় সংবিধানৰ পৰিপন্থী। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষতাৰ কথা উল্লেখ আছে। সংবিধানৰ অনুচ্ছেদ এটা সংসদৰ আইনৰ জৰিয়তে সংশোধন কৰিব পাৰি, কিন্তু সংবিধানৰ প্ৰস্তাৱনা সংশোধনী কৰিব নোৱাৰি। এই বিলখনে ভাৰতীয় সংবিধানতে কুঠাৰাঘাট কৰিব’ বৈশ্যই কয়।

Apply Now

এই সমগ্ৰ বিষয়টো আলোচনা কৰিবৰ কাৰণে অসম বিধান সভাৰ এখন বিশেষ অধিবেশন আহ্বান কৰিবৰ কাৰণে বিধায়িনী দলক পৰামৰ্শ আগবঢ়োৱা হৈছে বুলিও প্ৰাক্তন সাংসদগৰাকীয়ে আজিৰ সংবাদ মেলত উল্লেখ কৰে। লগতে তেওঁ কয় যে বিধায়িনী দলৰ নেতা সত্যব্ৰত কলিতাই এই সন্দৰ্ভত মত দাঙি ধৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটী আৰু বৰাকত শুনানি গ্ৰহণ কৰি আজি মেঘালয়ত শুনানি গ্ৰহণ কৰিছে। কিন্তু মেঘালয়ৰ কমৰেড চাংমাৰ কেবিনেটে শুনানিৰ পূৰ্বেই বিধেয়কখন সমৰ্থন নকৰাৰ বাবে প্ৰস্তাৱ লোৱাটোৱে অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

আনহাতে সংসদীয় কমিটিৰ সন্মুখত তেওঁলোকৰ মত প্ৰকাশ কৰা বুলি উল্লেখ কৰি বৈশ্যই কয় ‘সংসদীয় কমিটিক স্পষ্টৰূপে কৈছো আপোনালোক বৰাকত গৈছে আমাৰ ক’বলগীয়া নাই, কিন্তু আপোনালোক উজনি অসম, ব্ৰহ্মপুত্ৰ উত্তৰপাৰ আৰু নামনি অসমত যাওক, নহ’লে আপোনালোকৰ শুনানি আধৰুৱা হৈ ৰ’ব। তেওঁলোকে আমাক সহমত প্ৰকাশ কৰিছিল।’

যদি এই আইনখন অসমক বাদ কৰি ভাৰতৰ অন্য ঠাইত প্ৰয়োগ কৰে আপোনালোকৰ কিবা ক’বলগীয়া আছে নেকি বুলি প্ৰশন কৰাত বৈশ্যই কয় ‘এই কথা আমি কেতিয়াও মানি ল’ব নিবিচাৰো, এই কথাই সমস্যা সমাধান নকৰে, বৰঞ্চ সমস্যা বৃদ্ধিহে কৰিব। উপযুক্ত তথা গ্ৰহণযোগ্য নথি-পত্ৰ নথকাকৈ কোনো বিদেশী ভাৰতৰ ভূমিত থাকিব নোৱাৰে। এই আইনখন যদি অসমৰ বাহিৰে বেলেগ ৰাজ্যত প্ৰযোজ্য কৰে সেয়া এক ভেঁকো-ভাওনাৰ বাহিৰে একো নহ’ব। কাৰণ এইসকল লোক ভাৰতবৰ্ষৰ অন্য ৰাজ্যত নাযায় অসমতে আহিব। সেয়েহে এই আইনখন প্ৰত্যাহাৰ কৰাৰ বাহিৰে অন্য গত্যান্তৰ নাই।’

আনহাতে এই বিলখন সংসদত আলোচনাৰ বাবে পঠালে অগপৰ এজনো সদস্য সাংসদত নাথাকিলেও তেলেগু দেশম, শিবসেনা, আকালী দল, তৃণমূল কংগ্ৰেছকে ধৰি অন্য বহু আঞ্চলিক ৰাজনৈতিক দলে সাংসদত বিলখনৰ গৃহীত কৰাৰ ক্ষেত্ৰত তেওঁলোকক সমৰ্ত্হন কৰিব বুলি বৈশ্যই উল্লেখ কৰে।

তাৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাটো সহজ কথা নহয় বুলি মন্তব্য কৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় ‘মহিলা সুৰক্ষা বিলখন আজিলৈকে কিয় পাছ হোৱা নাই, তাৰ অৰ্থ দুই তৃতীয়াংশ সাংসদ অধিবেশনত থাকিব লাগিব। আমি দেখিছো কোনোদিন দুই-তৃতীয়াংশ লোক উপস্থিত নাথাকে, সেইকাৰণে আজি পৰ্য্যন্ত বিলখন পাছ হোৱা নাই। দুই-তৃতীয়াংশ সদস্যই গ্ৰহণ কৰিলেই নহ’ব দুই তৃতীয়াংশ লোক উপস্থিত থাকিব লাগিব।’

অগপৰ দৰে বি পি এফ নেতৃবৰ্গই আলোচনা কৰিও এই বিলখনৰ ক্ষেত্ৰত বাধা দিবৰ বাবে মন্ত্ৰীসকলক আহ্বান জনাব বুলি বৈশ্যই আশা প্ৰকাশ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd