• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ৰতন টাটাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 17, 2018 10:24 pm
NESFBank
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক (North East Small Finance Bank)। আজি সন্ধিয়া মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত আয়োজিত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে বেংকটো মুকলি কৰে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই। ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ অধীনত আৰম্ভ হোৱা এই বেংকটোৰ সমগ্ৰ উত্তৰ-পূবৰ বিভিন্ন স্থানত মুঠ ১২৯টা শাখা থাকিব বুলি বেংকটোৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকটো আনুষ্ঠানিকভাৱে মুকলি কৰি ৰতন টাটাই বেংক কৰ্তৃপক্ষলৈ অভিনন্দন জনোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়। তেওঁ লগতে এই বেংকে উত্তৰ-পূবৰ গ্ৰামাঞ্চলৰ ৰাইজৰ প্ৰগতিত বিশেষভাৱে অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে।

Apply Now

অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বেংকটোৰ ‘ডেবিট কাৰ্ড’ মুকলি কৰে। ড০ শৰ্মাই ভাষণ প্ৰদান কৰি কয়, “ভাৰতৰ দৰে দেশৰ উন্নয়নৰ বাবে দেশখনৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাটো নিতান্তই প্ৰয়োজনীয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ বাবে ‘জন-ধন বীমা’ৰ ব্যৱস্থা কৰিছে।” তেওঁ লগতে উত্তৰ-পূবত অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ ক্ষেত্ৰত নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকক বিশেষ ভূমিকা ল’বলৈ আহ্বান জনায়।

অনুষ্ঠানত বেংকটোৰ অধ্যক্ষ ব্ৰীজ মোহনে এই বেংকটো এটা গ্ৰাহক-কেন্দ্ৰিক বেংক হিচাপে গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে এই বেংকে ক্ষুদ্ৰ সঞ্চয় আৰু কম আয়ৰ লোকক সৰ্বাধিক গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত উদ্যোগশীলতা আৰু স্বনিয়োজনৰ সৃষ্টিত নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকে অগ্ৰাধিকাৰ দিব বুলি কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd