• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘিনী কেইজনীয়ে পালে এক নতুন সংগী

নবাৰুন গুহ by নবাৰুন গুহ
March 12, 2018 11:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘিনী কেইজনীয়ে আজি পালে এক নতুন সংগী।

লাচিত নামৰ একমাত্ৰ ঢেকীয়াপতীয়াটোৰ যোৱা জুনত মৃত্যু হোৱাৰ পিছৰে পৰা চিৰিয়াখানাত থকা দুজনী ঢেকীয়াপতীয়া আৰু দুজনী বগা বাঘিনীৰ নাছিল কোনো পুৰুষ সংগী।

Apply Now

অসম ৰাজ্যিক চিৰিয়াখানাতে ২০০৯ চনত জন্ম হোৱা লাচিত এনকেফেলিটিচত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।

চাৰি বাঘিনীৰ সংগী হিচাপে আজি চিৰিয়াখানালৈ মাইছৰৰ পৰা অনা হৈছে আঢ়ৈ বছৰীয়া ধনূষ নামৰ বাঘটো।

গুৱাহাটী চিৰিয়াখানাৰ বিষয়া তেজষ মৰিস্বামীয়ে এন ই নাওক জনায়, ‘বাঘিনী কেইজনীৰ লগত সংগম কৰিবলে আৰু বংশবৃদ্ধিৰ কাৰণে আমি মতা বাঘ এটা বিচাৰি আছিলো। চিৰিয়াখানাত চাৰিজনী বাঘিনী আছে। দক্ষিণ আৰু পূবৰ বাঘৰ দুই প্ৰজাতিৰ এক বৰ্ণসংকৰ পোৱাত ধনূষ কৰ্নাটকৰ হোৱাটোৱে আমাক সহায় কৰিব।’

মৰিস্বামীয়ে লগতে জনায় যে ঢেকীয়াপতীয়াই বগা বাঘৰ লগত সংগম কৰিব নোৱাৰে।

তেওঁ লগতে কয়, ‘আচলতে ঢেকীয়াপতীয়া আৰু বগা বাঘৰ সংগমক উৎসাহিত কৰা হয়। বংশবিদ্যাৰ ফালৰ পৰা দুই বগা বাঘৰ মাজৰ সংগমৰ পৰামৰ্শ দিয়া নহয়। বগা বাঘ বনত এতিয়া নোহোৱাই হৈছে। বন্দী অৱস্থাতে সাধাৰণতে সিহঁতক জন্ম দিয়া হয়।’

তিনি চাৰিদিন মানৰ পিছত বাঘটো দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব। মৰিস্বামীয়ে লগতে কয়, ‘মাইচৰৰ পৰা ধনূষ আজি আহি পাইছে মাত্ৰ। সি ভাগৰুৱা আৰু কিছু খঙাল হৈ আছে আজি। তাৰ চৌপাশ বদলি গৈছে। নতুন পৰিৱেশৰ সৈতে খাপ খাবলে তাক কেইদিনমান লাগিব।’

গুৱাহাটী চিৰিয়াখানাত আৰু আছে চাৰিটা ব্লেক পেন্থাৰ যিটো মৰিস্বামীৰ মতে দেশৰ যিকোনো চিৰিয়াখানাতকৈ অধিক।

মাইচৰৰ চামাৰাজেন্দ্ৰ জূলজিকেল গাৰ্ডেনৰ পৰা বিনিময় কাৰ্য্যসূচীৰ অধীনত এই ঢেকীয়াপতীয়াটোৰ উপৰি ৰাজ্যিক চিৰিয়াখানাই সোমবাৰে লাভ কৰিলে দুটা ব্লেকবাক আৰু দুটা পীফৌলজ।

বিনিময়ত ৰাজ্যিক চিৰিয়াখানাই দিলে চাৰিটা বগা পেলিকান, দুটা ব্ৰাহ্মিনি হাঁহ, চাৰিটা বাৰ্কিং ডিয়েৰ, দুটা চাৰিশিঙীয়া এন্তিল’প, দুটা ব্ৰ’ এন্তলাৰ ডিয়েৰ আৰু দুটা নাহৰফুটুকী।

নবাৰুন গুহ

নবাৰুন গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd