• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বৰ্ষত অসমৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ শোণিতপুৰ জিলা পৰিবহণ কাৰ্যালয়ৰ

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
June 15, 2018 8:59 pm
Sonitpur DT Office
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিত্তীয় বৰ্ষত শোণিতপুৰ জিলা পৰিবহণ কাৰ্যালয়ে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক, ৩কোটি ৬০ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। বিগত বৰ্ষত শোণিতপুৰ পৰিবহণ বিভাগে বিভিন্ন কৰ আদিকে ধৰি মুঠ ২কোটি ৫০ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰি ৰাজ্য চৰকাৰৰ ৰাজকোষত জমা দিছিল বুলি জিলা পৰিবহণ বিষয়া মাখন দত্তই প্ৰকাশ কৰিছে।

চলিত বৰ্ষৰ মে’ মাহৰ ভিতৰত জিলা পৰিবহণ কাৰ্যালয়ে দুচকীয়া চাৰিচকীয়া বাহনসমূহত ৩৫৬৯খন উচ্চ নিৰাপত্তা পঞ্জীয়ণ প্লেট (Higher Security Registration Plate)সংলগ্ন কৰা হৈছে।

Apply Now

জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা জনসাধাৰণলৈ গোহাৰি জনোৱা হৈছে যাতে তেওঁলোকে যান-বাহন আইন মানি চলে। শব্দ সৃষ্টি কৰিব পৰাকৈ সলনি ঘটোৱা মটৰচাইকেলসমূহে চহৰখন আৰু ইয়াৰ আশ-পাশৰ এলেকাত সৃষ্টি কৰা শব্দ প্ৰদূষণ আদিৰ প্ৰতিও ৰাইজক সচেতন হ’বলৈ আহ্বান জনায়।

তেজপুৰৰ অধিকাংশ যুৱকে বিকট শব্দ সৃষ্টি কৰাকৈ বাইকসমূহ সলনি কৰি লওৱা বাবে তেজপুৰ চহৰত ব্যাপক শব্দ প্ৰদূষণৰ সমস্যাই দেখা দিছে। জিলা পৰিবহণ বিঊআগে শেহতীয়াভাৱে যথেষ্ট সংখ্যক বাইক জব্দ কৰিছে আৰু এইদৰে ৬০,০০০তকৈও অধিক টকা জৰিমনা হিচাপে সংগ্ৰাহিত হৈছে।

জিলা পৰিবহণ বিভাগে এক জাননীযোগে ৰিয়াৰ ভিউ মিৰৰ নথকা বাইক, ছিটবেল্ট ব্যৱহাৰ নকৰাকৈ চাৰিচকীয়া বাহন চলোৱা আৰু গাড়ী বাইক চলাই থকা অৱস্থাত মোবাইলত কথা পতা তৎক্ষণাত বন্ধ কৰাৰ নিৰ্দেশ জাৰী কৰিছে। লগতে পুৰণি নম্বৰ প্লেটসমূহ পৰিৱৰ্তন কৰাৰ বাবেও জনসাধাৰণলৈ আৱেদন জনোৱা হৈছে। অন্যথা জৰিমনা আদায় কৰা হ’ব বুলিও নিৰ্দেশটোত কোৱা হৈছে।

জিলা পৰিবহণ বিষয়ববীয়াই ইতিমধ্যে এই সন্দৰ্ভত আজিৰে পৰা এক অভিযান আৰম্ভ কৰিছে বুলি জাননীখনত কোৱা হৈছে।

প্ৰণব কুমাৰ দাস

প্ৰণব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd