• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাইবাৰ জগতত অস্তিত্বহীন অসমৰ বিত্ত বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2018 5:54 pm
অসমৰ বিত্ত বিভাগৰ ৱে'বছাইট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ সৈতে সমগ্ৰ ৰাজ্য ব্যস্ত থকাৰ সময়তে চাইবাৰ জগতত অস্তিত্বহীন হৈ পৰিছে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিত্ত বিভাগ।

ৰাজ্যখনৰ ৰাজহাঁড় আৰু সকলো ক্ষেত্ৰৰে উন্নতি নিৰ্ভৰ কৰা বিত্ত বিভাগ হঠাতে চাইবাৰ জগতৰ পৰা অন্তৰ্ধান হৈছে।

Apply Now

বিত্ত বিভাগৰ ৱে’বছাইট https://www.finance.assam.gov.in/ চাব খুজিলে প্ৰদৰ্শিত হোৱা স্ক্ৰীনে গভীৰ চিন্তাৰ উদ্ৰেগ ঘটাইছে।

ৱে’বছাইটটো চাব খুজিলে ‘Your connection is not private; attackers might be trying to steal your information from www.finance.assam.gov.in‘ বুলি প্ৰদৰ্শিত হয়।

এইটো কাৰিকৰী কাৰণত হৈছে নে ৱে’বছাইটটো কোনোবাই হেক কৰিছে জানিব পৰা হোৱা নাই। যি কোনো ৱে’বছাইটৰ সুৰক্ষাজনিত নিশ্চিতি দিয়া এছ এছ এল চাৰ্টিফিকেচনো ‘cancelled’ বা ‘expired’ বুলি প্ৰদৰ্শিত হৈছে।

ৱে’বছাইটটো চাব খুজিলে প্ৰদৰ্শিত ‘attackers might be trying to steal your information for passwords, messages or credit cards…,’ বাৰ্তাই নিঃসন্দেহে অসমৰ প্ৰত্যেকজন নাগৰিকক চিন্তাত পেলাব। কাৰণ সমগ্ৰ ৰাজ্যখনৰ পৰিচালনা বিত্ত বিভাগৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।

অসম চৰকাৰৰ বিত্ত বিভাগৰ ৱে’বছাইটটো এন আই চিয়ে (National Informatics Centre) চোৱা-চিতা কৰে। ৰাজ্য চৰকাৰে এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি জাৰি কৰা নাই। ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান চলি থকাৰ সময়তে এই গুৰুত্বপূৰ্ণ বিষয়টো ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগৰ দৃষ্টি গোচৰ নোহোৱাটো আশ্চৰ্যজনক।

বহুবাৰ চেষ্টা কৰাৰ পিছতো এই সন্দৰ্ভত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ মন্তব্য জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm
মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd