• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 12:45 pm
Jogdal-murder-case-678x381

যোগদল হত্যাকাণ্ডৰ বলি হোৱা সকলৰ এটা স্মৃতিসৌধ। ফটো : ইউ বি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় অনুসন্ধান সংস্থাই (চিবিআই) গুৱাহাটীৰ উপকণ্ঠ অঞ্চল সোণাপুৰত ২০০৯ চনত চাৰিগৰাকী শিশুকে ধৰি এটা পৰিয়ালৰ ছয়জনকৈ সদস্যক হত্যা কৰা যোগদল হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰিব।

এই ঘটনাৰ গোচৰটো সম্পৰ্কত চিবিআই তদন্ত হ’ব লাগে বুলি অসম চৰকাৰে জনোৱা আৰ্জিত অনুমোদন জনাবলৈ কেন্দ্ৰীয় চৰকাৰ সন্মত হোৱাত ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হৈছে। দ্য টেলিগ্ৰাফ কাকতৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

Apply Now

‘’ কেন্দ্ৰীয় ব্যক্তিগত, পেন্সন আৰু ৰাজহুৱা অভিযোগ মন্ত্ৰালয়ৰ ব্যক্তিগত আৰু প্ৰশিক্ষণ বিভাগে ৰাজ্য চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই চিবিআই তদন্তৰ বাবে সন্মত হৈছে। কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে শীঘ্ৰেই গোচৰটো পঞ্জীয়ন কৰিব,’’-বাতৰিকাকতখনে এক সূত্ৰৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে।

ৰাজ্যৰ আৰক্ষী বিভাগে হত্যাকাণ্ডটো সম্পৰ্কত কোনো উল্লেখযোগ্য সাফল্য লাভ কৰিব নোৱাৰাত অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গোচৰটোৰ তদন্ত চিবিআইয়ে কৰাটো বিচাৰিছিল।

এই গোচৰটো অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই তদন্ত কৰিছিল।

সূত্ৰসমূহৰ মতে চিবিআইয়ে সোনকালেই গোচৰটো নতুন দিল্লী বা কলকাতাৰ ইয়াৰ বিশেষ অপৰাধ শাখালৈ হস্তান্তৰ কৰিব।

৪৫ বছৰীয়া হৰকান্ত দলৈ, তেওঁৰ পত্নী ৪০ বছৰীয়া স্বপ্না আৰু তেওঁলোকৰ তিনিজন সন্তান তথা এজন ভতিজাকক ২০০৯ চনৰ ১২ ডিচেম্বৰত সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যোগদল গাঁৱত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল। দুটি শিশুৰ শিৰচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

২০১৪ চনৰ অক্টোবৰত দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই গোচৰটো চিবিআইক হস্তান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

বৰাই মোডীলৈ লিখা তেওঁৰ পত্ৰখনত অভিযোগ কৰিছিল যে তদানীত্বন অসমৰ সমাজ কল্যাণ মন্ত্ৰী অকন বৰা ঘটনাটোত জড়িত আছে।

অৱশ্যে, অকন বৰাই এয়া তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ বাবে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰি অভিযোগ খণ্ডন কৰিছিল। অতুল বৰাৰ মতে এখন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে মাটি দখল কৰাৰ উদ্দেশ্যেৰে হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd