• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰৰ পিছত মুকলি কৰা হ’ল অসম চুক্তি ৰূপায়ণ কাৰ্য্যলয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2017 4:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়ৰ হিচাপেৰে অসম চুক্তি স্বাক্ষৰিত হোৱা আজি ৩২ বছৰ হ’ল। ৩২ বছৰৰ পিছত আজি অসম চুক্তি ৰূপায়ণৰ কাম-কাজ তদাৰকৰ বাবে নিৰ্দিষ্ট এটা কাৰ্য্যলয় স্থাপন কৰা হ’ল। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যায় প্ৰাংগণত এই কাৰ্য্যালয়টো আজি মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, যিজন অসম চুক্তি ৰূপায়ণ বিভাগৰো দায়িত্বত আছে। ইমান দিনে এই সম্পৰ্কীয় কাম-কাজ গৃহ বিভাগৰ কাৰ্য্যালয়ৰ পৰাই চলাই থকা হৈছিল। এই বিভাগটোৱে এটা সমন্বয়ৰক্ষী বিভাগৰ দৰে কাম কৰে। ঘাইকৈ ই অসম চুক্তিৰ বিভিন্ন দফাবোৰ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে কেনেকৈ ৰূপায়ণ কৰিছে, বা এইবোৰৰ ৰূপায়ণ কি পৰ্য্যায়ত আছে ইত্যাদি দিশবোৰ চোৱাচিতা কৰে। তাৰোপৰি আছু তথা অসম চুক্তি ৰূপায়ণৰ সৈতে জড়িত থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰে। অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ লগতে  উপস্থিত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিতকে আদি কৰি ভালেকেইজন নেতা-বিষয়া।

 

Apply Now
আজি খানাপাৰাত অসম চুক্তি ৰূপায়ণ কাৰ্য্যলয় মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ফটো : য়ু বি।

উল্লেখযোগ্য যে চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছত যোৱা তিনিদশকৰো অধিক দিন অসম চুক্তিক লৈ বিভিন্ন জল্পনা-কল্পনা, বিভিন্ন দাবী-দাবা পাৰ হৈ গৈছে। ৰাজনীতিও কৰা হ’ল বহুত। এটা প্ৰধান পক্ষ হিচাপে থাকি চুক্তিখন কৰা অসম আন্দোলনৰ নেতাসকলেৰে গঠিত তথা নিজকে আঞ্চলিকতাবাদী বুলি দাবী কৰা ৰাজনৈতিক দল অগপই একাধিকবাৰ চৰকাৰো গঠন কৰিলে। কংগ্ৰেছ আহিল শাসনলৈ কেইবাবাৰো। কিন্তু ৰাজনীতিৰ বাদে বিশেষ একো নহ’ল। এইবাৰ বিজেপিৰ পাল। লগত অৱশ্যে আছে মিত্ৰ দল হিচাপে অগপ, যাৰ মূল উদ্দেশ্য আছিল অসম চুক্তিৰ জৰিয়তে তেওঁলোকৰ প্ৰয়োজনীয় দাবীবোৰ ৰূপায়ণ কৰা। আজি অসম আন্দোলনৰ চহিদসকলক সোঁৱৰা দিনটোত তেওঁলোকে পুনৰ অসম চুক্তিলৈ মনত পেলোৱাৰ সুযোগ পালে। চৰকাৰত থকাৰ সুবাদতে নিজে দুই-তিনিবাৰকৈ শাসনভাৰ লৈও এই চুক্তিক সঠিকভাৱে ৰূপায়ণ কৰিব নোৱৰা গ্লানিক সামান্যভাৱে হ’লেও মচি দিয়াৰ সুযোগ পালে অগপই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd