• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

চৰকাৰ গঠনৰ দুদিন হওঁতেই মৰ্চাৰ অংশীদাৰ বিজেপি আৰু আই পি এফ টিৰ কৰ্মীৰ মাজৰ মাৰপিটত ২৩জন আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2018 11:08 am
bjp-ipft-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুয়োটা দলে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰি ত্ৰিপুৰাত চৰকাৰ গঠন কৰাৰ দুদিন পিছতে মৰ্চাৰ দুই অংশীদাৰী দল ভাৰতীয় জনতা পাৰ্টী আৰু ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা, চমুকৈ আইপিএফটিৰ সমৰ্থকৰ মাজত ৮ মে’ত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই সংঘৰ্ষৰ ফলত ২৩জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, লংথাৰাইস্থিত চাইলেংথা চি আৰ পি এফ কেম্পৰ সমীপত দুয়োটা দলৰ সমৰ্থকৰ মাজত প্ৰথমে বাক-বিতণ্ডা হয় আৰু ই চৰম পৰ্যায়লৈ গৈ শেষত দুয়োটা দলৰে সমৰ্থক মাৰপিটত লিপ্ত হয়।

Apply Now

এটা সূত্ৰই কোৱামতে, মঙলবাৰে দুপৰীয়া হঠাৎ আইপিএফটিৰ কৰ্মীসকলে চাওমানু-মাইনামা পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে আৰু এই কাৰ্যতে বিজেপিৰ সমৰ্থকসকল অসন্তুষ্ট হৈ পৰাত উক্ত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।

চাওমানু বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি দলে আইপিএফটিৰ সাংগঠিনক কামত বাধাৰ সৃষ্টি কৰি অহাৰ লগতে তেওঁলোকৰ সমস্যা সমাধান নকৰাৰ অভিযোগ তুলি কালি আইপিএফটিৰ সমৰ্থকসকলে উক্ত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

দলটোৰ শতাধিক সমৰ্থকে পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে চাওমানু সমষ্টিৰ বিজেপি বিধায়ক চম্বু লাল চাকমাই আমি সন্মুখীন হৈ অহা সমস্যা সমূহৰ বুজ ল’ব লাগে। কিন্তু তেওঁ এই ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই।

ইফালে আইপিএফটি সমৰ্থকৰ পথ অৱৰোধত অঞ্চলটোৰ জনজীৱন স্তব্ধ হৈ পৰা বাবে প্ৰতিবাদকাৰীসকলক অৱৰোধ কাৰ্যসূচী বাতিল কৰিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্যে আইপিএফটিৰ এগৰাকী বিধায়কো প্ৰতিবাদস্থলীত উপস্থিত হৈছিল।

ইয়াৰ উপৰি আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও পথ অৱৰোধস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণত অনাৰ চেষ্টা কৰে।

অৱশেষত আইপিএফটিৰ বিধায়ক আৰু প্ৰশাসনৰ আশ্বাসৰ পাছতে প্ৰতিবাদকাৰীসকলে অৱৰোধ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লয়।

লক্ষ্যণীয় যে অৱৰোধ কাৰ্যসূচী বাতিলৰ কেই মূহুৰ্তমান পাছতে চি আৰ পি এফ কেম্পৰ সমীপতে ভয়ংকৰ সংঘৰ্ষত লিপ্ত হয় বিজেপি আৰু আইপিএফটিৰ সমৰ্থকসকল।

দুই দলৰ সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত ১১ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মন কৰিব লগীয়া যে চৰকাৰ গঠনৰ পাছৰ পৰাই দল দুটাৰ মাজত সংঘাত চলি আহিছিল। দল দুটাৰ শীৰ্ষ নেতাসকলৰ মাজতো এই বিবাদ থকাৰ উমান পোৱা যায়। প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ মাজেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা আৰু শাসন লাভ কৰা বিজেপি আৰু আই পি এফ টি দলৰ মাজত সংঘাত আৰম্ভ হৈছিল প্ৰথমৰ পৰা। আই পি এফ টিয়ে মুখ্য মন্ত্ৰী পদটো খিলঞ্জীয়া জনজাতীয় লোকক দিবলৈ অনুৰোধ কৰিছিল মিত্ৰ বিজেপিক। কিন্তু সেয়া মনা নাছিল বিজেপিয়ে। তাৰ পিছতো অন্যান্য বিষয়ত দুয়োটা দলৰ মাজত ভিতৰি সংঘাত চলি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd