• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত কৰা সাম্প্ৰদায়িক মন্তব্যৰ ফলত শংকাত ভূগি গুৱাহাটী এৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে : দীপাংক নাথ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2018 10:45 pm
আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ফাইল ছবি।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘একাংশ লোকে ছ’চিয়েল মেডিয়াৰ জৰিয়তে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰিস্থিতিৰ শংকাত ভূগি কেইবাশ ছাত্ৰ-ছাত্ৰী গুৱাহাটী এৰি কাৰ্বি আংলং অথবা ডিমা-হাচাও, নাগালেণ্ড, মণিপুৰলৈ ঘূৰি যাবলগীয়া হৈছে।’ আজি পানবজাৰস্থিত হোটেল প্ৰাগ কণ্টিনেণ্টেলত অনুষ্ঠিত হোৱা ২৮ জনগোষ্ঠীয় সংগঠনৰ বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে।

যিসকল ছাত্ৰ-ছাত্ৰী শংকিত হৈ শিক্ষানুষ্ঠান এৰি নিজ বাসভূমিলৈ উভটি গৈছে, সেইসকলৰ প্ৰতি আহ্বান জনাই আছুৰ সভাপতি গৰাকীয়ে কয় যে  ‘তেওঁলোকৰ জ্ঞাতাৰ্থে ২৮ জনগোষ্ঠীয় সংগঠনে নিৰ্ভয়ে ক’ব খুজিছো, তেওঁলোকৰ শৈক্ষিক যাত্ৰাত যাতে কোনো কাৰণতে যাতে ব্যাঘাত নজন্মে।’

Apply Now

তাৰোপৰি সভাপতি গৰাকীয়ে ‘পানজুৰিত সংঘটিত হোৱা নৃশংস ঘটনাৰ পিছত কিছুসংখ্যকে ছ’চিয়েল মেডিয়াৰ জৰিয়তে অপ-প্ৰচাৰ চলোৱাৰ লগতে বৃহত্তৰ অসমীয়া জাতিক ভাঙি থান-বান কৰিব পৰা কিছুমান বক্তব্য ৰাখিছে।’ বুলি উল্লেখ কৰি তেওঁ লগতে কয় য়ে, ‘ইয়াৰে কিছুসংখ্যকক আৰক্ষীয়ে আটক কৰিছে যদিও কিছুসংখ্যকক আটক কৰিব পৰা নাই। এটা বিশেষ গোষ্ঠীৰ বিৰুদ্ধে বক্তব্য ৰখাসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই অপশক্তি বিলাকে যাতে মাৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰ সচেতন হোৱাটো দৰকাৰ।’

আনহাতে কাৰ্বি আংলঙত মাত্ৰ এখনেই মহাবিদ্যালয় আছে য’ত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰাৰ বাবে হাহাকাৰ লগোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ‘ভাড়াঘৰ তথা হোষ্টেলৰ মালিক পক্ষই অথবা অন্যান্য যিসকল ব্যক্তিয়ে হোষ্টেল অথবা ভাড়াঘৰ এৰি যাবলৈ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দেশ দিছে সেইসকলকো চৰকাৰে সৈমান কৰাব লাগে।’

তাৎপৰ্য্যপূৰ্ণভাবে চৰকাৰৰ হেমাহিৰ বাবেই এনেদৰে দুজন উদীয়মান যুৱকে দুৰ্বৃত্তৰ হাতত নিৰ্মমভাৱে প্ৰহৃত হৈ প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি অভিযোগ তুলি তেওঁ কয় যে  ‘ছ’চিয়েল মিডিয়াত এসপ্তাহ আগৰে পৰা প্ৰচাৰ হৈ থকা বিষয় এটাৰ বিৰুদ্ধে যদি চৰকাৰে গাঁৱে-ভূঞে প্ৰচাৰ অভিযান চলালেহেঁতেন, তেন্তে এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ নাপালেহেঁতেন।’

ডকমকাৰ পানজুৰি গাঁৱত যি পৈশাচিক ঘটনা সংঘটিত হৈছিল, সেই ঘটনাক ২৮ জনগোষ্ঠীয় সংগঠনৰ যৌথ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়া বুলি মন্তব্য কৰাৰ লগতে নাথে কয় যে প্ৰশাসনে দোষী ব্যক্তিসকলক অতি শীঘ্ৰে ফাষ্টট্ৰেক আদলতৰ জৰিয়তে বিচাৰ কৰি শাস্তি প্ৰদানৰ কৰিব লাগে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd