• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনৰ সংগীতানুষ্ঠান : মঙলদৈৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনস্থলীত নিৰাপত্তা বৃদ্ধি দৰং আৰক্ষীৰ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
April 27, 2018 7:38 pm
Jubeen
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈত পাঁচ দিনীয়াকৈ আয়োজিত ৰঙালী বিহু উদযাপনৰ আজি অন্তিম দিনৰ ৰাতিলৈ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ কথা। অনুষ্ঠানটোত অশং গ্ৰহণ কৰিবলৈ যোৱা জুবিনৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে দৰং আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সদৌ ৰঙালী বিহু উদযাপন সমিতি, মঙলদৈৰ দ্বাৰা ইয়াৰ গান্ধী ময়দানত ৬৪ সংখ্যক ৰঙালী বিহু পাঁচ দিনীয়াকৈ উদযাপন কৰা হৈছে। আজি ইয়াৰ অন্তিম দিন।

Apply Now

মঙলদৈবাসীক বিহু আৰু জুবিনৰ সংগীতৰ সোৱাদ দিয়াৰ উদ্দেশ্যে আয়োজকে জনপ্ৰিয় গায়কজনক সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰিছে।

চহৰখনত জুবিনৰ সংগীতানুষ্ঠানৰ অতীতৰ ৰেকৰ্ড চাই আৰক্ষীয়ে গোট খাব পৰা বিপুল সংখ্যক দৰ্শকক নিয়ন্ত্ৰণ আৰু ছোৱালী জোকোৱা আদি ৰোধ কৰা তথা মহিলাৰ লগতে শিশুৰ নিৰাপত্তাৰ দিশ উন্নত কৰাৰ সিদ্ধান্ত লৈছে।

জিলাখনৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাৱিৰামে নিজেই এই নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰা বুলি জানিব পৰা গৈছে। “মঞ্চৰ বেৰাৰা যিকোনো ধৰণৰ আৱেষ্টনীৰ ভিতৰত যাতে কোনো অকৰ্তৃত্বশীল ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে। বাঁহ দি মহিলা আৰু শিশুসকল প্ৰৱেশ কৰাৰ সুকীয়া প্ৰৱেশ পথ দিয়া হৈছে। গোটেই পথাৰখনকে উপযুক্ত পোহৰৰ সৈতে চি চি টি ভিৰ নিৰীক্ষণত ৰখা হৈছে।” আৰক্ষী অধীক্ষকজনে কয়।

“তাৰোপৰি সশস্ত্ৰ আৰক্ষী জোৱান, মহিলা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী সমগ্ৰ চহৰখনতে উপযুক্ত সংখ্যাত মোতায়েন কৰা হৈছে। বিভিন্ন প্ৰৱেশ পথত তালাচী চলোৱা হৈছে। লগতে সম্ভাব্য যিকোনো প্ৰাকৃতিক দুৰ্ঘটনাত শিশু আৰু মহিলাৰ বাবে অস্থায়ী আশ্ৰয়স্থানৰ ব্যৱস্থা কৰা হৈছে।” আৰক্ষী অধীক্ষকজনে কয়।

উল্লেখযোগ্য যে যোৱাবছৰো বিহু উদযাপন অনুষ্ঠানত জুবিনে ইয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল আৰু বয়বস্তু ভঙা, ছোৱালী জোকোৱাকে ধৰি বিভিন্ন দুষ্কাৰ্য্য সংঘটিত হৈছিল। ডাঙৰকৈ অহা বৰষুণৰ সুবিধা লৈ দুষ্কৃতিকাৰীয়ে এইবোৰ সংঘটিত কৰিছিল।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd