• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত তেজেৰে তুমৰলি আদালতৰ মজিয়া; জী-ধৰ্ষণত অভিযুক্তৰ কটাৰীৰ ৰেপত প্ৰাণ গ’ল পত্নীৰ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
June 15, 2018 7:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালততে আজি ১৫ জুনত বয় তেজৰ বন্যা। পূৰ্ণ নাহৰ ডেকা নামৰ এজন অভিযুক্তই আদালত চৌহদতে পত্নীৰ ডিঙি চোকা কটাৰীৰে ৰেপি হত্যা কৰে।

পত্নীহন্তা নাহৰ ডেকাই নিজৰ জীয়েকক ধৰ্ষণ কৰা বুলি পত্নীয়ে তেওঁৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানিৰ বাবে আজি আদালতত তেওঁলোক হাজিৰ হৈছিল।

Apply Now

আৰক্ষী সূত্ৰ অনুসৰি আজি পুৱা ১০.৪০ মান বজাত আদালতৰ দৈনন্দিন কাম-কাজ আৰম্ভ হোৱাৰ সময়তে ঘটনাটো ঘটে। পূৰ্ণ নাহৰ ডেকা তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন লোকৰ সৈতে আদালতত বহি থকা অৱস্থাতে তেওঁলোকৰ মাজত কিবা কথা কটাকটি লগাৰ লগে লগে কোনেও তলকিব পৰাৰ আগতেই ডেকাই জেপৰ পৰা এখন কটাৰী উলিয়াই পত্নী ৰীতাৰ ডিঙিত ৰেপ দিয়ে।

‘লগে লগে তেজেৰে তুমৰলি হৈ ঠাইতে বাগৰি পৰে মহিলাগৰাকী,’ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য। ঘটনাটোৰ লগে লগে আদালতৰ হতভম্ব লোকসকলৰ মাজত হুৱা দুৱা লাগে।

হত্যাকাৰী নাহৰ ডেকাই ডিব্ৰুগড় আৰক্ষীক দিয়া ভাষ্যত পত্নী ৰীতাৰ আন এজন লোকৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক থকা আৰু জীয়েকক ডিমাপুৰত বেচিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছে।

মহিলাগৰাকীক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়। ‘আমি লগে লগে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছো আৰু কাইলৈ তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব,’ আৰক্ষী সূত্ৰত প্ৰকাশ।

আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত ৰীতা ডেকাই গিৰীয়েক নাহৰ ডেকাৰ বিৰুদ্ধে তেওঁলোকৰ ১৩ বছৰীয়া জীয়েকক ঘৰতে ধৰ্ষণ কৰা বুলি যোৱা ২০১৭ চনত ডিব্ৰুগড়ৰ নাহৰকটীয়া আৰক্ষী থানাত গোচৰ দিছিল।

‘ভুক্তভোগী (পত্নী) গৰাকীয়ে নিজৰ জীয়েকক ধৰ্ষণ কৰা বুলি গিৰীয়েকৰ বিৰুদ্ধে যোৱা ২০১৭ চনত গোচৰ দিছিল। তেওঁ (অভিযুক্ত) জন ৯ মাহ ৫ দিন ডিব্ৰুগড় জিলা কাৰাগাৰত বন্দী হৈ আছিল। যোৱা ৬ জুনত তেওঁক আদালতে জামিন দিছিল। আজি তেওঁ শুনানিৰ বাবে আহিছিল। তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন লোকসকলো আদালত কক্ষত উপস্থিত আছিল,’ নৰ্থ ইষ্ট নাও-ক জনালে ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধেশ্বৰ বৰাই।

হত্যাকাৰী নাহৰ ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৫০৬ ধাৰাত এক গোচৰ ৰুজু কৰা হৈছে।

আনহাতে ঘটনাটোৰ পিছতে আদালতখনত নিৰাপত্তা বৃদ্ধিৰ বাবে উকীলসকলে দাবী জনাইছে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd