• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত বেআইনী সুৰাৰ ব্যৱসায়ীৰ বিকল্প জীৱিকাৰ বিষয়ত কৰ্মশালা

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
June 19, 2018 7:31 pm
IMG-20180619-WA0016
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু আবকাৰী বিভাগৰ সহযোগত জিলাখনত বেআইনী সুৰা প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰাসকলৰ বাবে বিকল্প জীৱিকা সন্দৰ্ভত পৰামৰ্শ  আৰু সজাগতামূলক কৰ্মশালা এখন অনুষ্ঠিত হয়।

এই কৰ্মশালাখন উপায়ুক্তৰ প্ৰশিক্ষণ হলত অনুষ্ঠিত হয়। কৰ্মশালাত লাহোৱাল, চাবুৱা আৰু অন্যন্য এলেকাৰ পৰা অহা বেআইনী সুৰা ব্যৱসায়ৰ সৈতে জড়িত মুঠ ৫৩গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Apply Now

বেআইনী দেশীয় সুৰা প্ৰস্তুত কৰোঁতাসকলৰ পুনৰ্বাসনৰ বাবে আবকাৰী বিভাগ আৰু গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (United Rural Self Employment training institute)ৰ সহযোগত বিগত বছৰৰ পৰা ডিব্ৰুগড় জিলা প্ৰশাসনে এই উদ্যোগ গ্ৰহণ কৰি আহিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপায়ুক্ত লয়া মাদুৰীয়ে কয় যে এই কৰ্মশালাৰ উদ্দেশ্য হৈছে সুৰাৰ কুপ্ৰভাৱ সম্পৰ্কে ৰাইজক সচেতন কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে পৰিয়ালসমূহলৈ বিকল্প জীৱিকাৰ সুযোগ প্ৰদান কৰা।

এই পৰ্যন্ত আবকাৰী বিভাগে জিলাখনত দেশীয় সুৰা প্ৰস্তুত কৰা ব্যৱসায়ৰ সৈতে জড়িত ৮০০টা পৰিয়াল চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বাবে বিকল্প জীৱিকাৰ সৃষ্টি কৰাৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিছে। মুঠ ১০০টা পৰিয়ালক মৎস উৎপাদন, কৃষি, হাঁহ-কুকুৰা পালন ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি উপায়ু্ক্ত মাদুৰীয়ে জনাইছে।

সমাজ আৰু পৰিয়ালৰ কল্যাণৰ কথা বিৱেচনা কৰি সুৰা প্ৰস্তুত কৰা পৰিয়ালসমূহক অন্য জীৱিকা গ্ৰহণ কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে আৱেদন জনায়।

বেআইনী সুৰাৰ পৰা সমাজত বিৰূপ প্ৰভাৱ পৰে। প্ৰত্যেক বছৰ বেআইনী সুৰা সেৱন কৰাৰ ফলত বহুতো লোকৰ মৃত্যু হয়।

সমাজ আৰু ব্যক্তিৰ বাবে ক্ষতি বেআইনী সুৰাৰ উৎপাদন বন্ধ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে।

লয়া মাদুৰীয়ে কৈছে যে সুৰা প্রস্তুতকাৰীসকলৰ বাবে বিকল্প বৃত্তি বাচনি কৰাত সহায়ক হোৱাকৈ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বেংকৰ ঋণ প্ৰদান কৰাৰো ব্যৱস্থা কৰিব।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd