• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত অগপক মিত্ৰজোঁট ত্যাগৰ পৰামৰ্শ নাগৰিক সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2018 7:50 am
2016_3$largeimg202_Mar_2016_185351620
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’খন উত্থাপিত হোৱাৰ পূৰ্বে অসমৰ ৰাইজৰ মতামত গ্ৰহণ কৰি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে তিনিচুকীয়াত শনিবাৰে অনুষ্ঠিত এখন নাগৰিক সভাই।

তিনিচুকীয়া জিলাৰ সদৰ তিনিচুকীয়াত অগপই আয়োজন কৰা নাগৰিক সভাত ভাষণ দি তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি এই গুৰুত্বপূৰ্ণ বিষয়টোত সোনকালেই এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দলটোক আহ্বান জনায়।

Apply Now

অসমত বিজেপি চৰকাৰৰ অংশীদাৰ হৈ থকা আঞ্চলিক দলটোক বিধেয়কখন সন্দৰ্ভত বিৰোধিতাৰে নাগৰিক সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাগৰিক সভাত পৰামৰ্শ আগবঢ়োৱা হয়।

নাগৰিক সভাত উপস্থিত একাংশ সচেতন ব্যক্তিয়ে অগপক মিত্ৰজোঁট ত্যাগ কৰাৰো পৰামৰ্শ আগবঢ়ায়।

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহিত কৰাৰ যি পৰিকল্পনা লৈছে সেয়া সফল হ’লে অসমেই আটাইতকৈ ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি মত পোষণ কৰে নাগৰিক সভাই।

অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাকক্ষত অনুষ্ঠিত নাগৰিক সভাখনত সভাপতিত্ব কৰে অগপৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰবীন দত্তই।

অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, জিলা পৰ্যবেক্ষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোণোৱালে আদৰণি ভাষণত  বিধেয়কখনৰ কিয় বিৰোধিতা কৰিব লাগে তাৰ ব্যাখ্যা আগবঢ়ায়।

তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনৰ নেতা, সচেতন ব্যক্তিয়ে নাগৰিক সভাত বৰ্তমান ৰাজ্য চৰকাৰৰ সৈতে থকা মিত্ৰতা ভংগ কৰিবলৈ অগপৰ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনায়।

নাগৰিক সভাই মত পোষণ কৰে যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহিত কৰাৰ পিছত অগপ দলে অসমত জনমত গঠনৰ প্ৰাসংগিকতা হেৰুৱাই পেলাব। সেয়েহে, সময় থাকোতেই দলটোক মিত্ৰজোঁটৰ পৰা আঁতৰি আহি অসমৰ স্বাৰ্থত জনসাধাৰণৰ মাজলৈ যোৱাৰ পৰামৰ্শ দিয়া হয়।

নাগৰিক সভাখনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুৰ জিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জিলা সাহিত্য সভাৰ প্ৰতিনিধিকে ধৰি অগপৰ বহু কেইজন নেতা তথা সচেতন ব্যক্তি উপস্থিত আছিল।

নাগৰিক সভাই নাগৰিক সংশোধনা বিধেয়কখনৰ বিৰোধিতা কৰি সৰ্বসন্মতভাৱে এক প্ৰস্তাৱ গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd