• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ত্ৰিপুৰাত বিজেপি কৰ্মীক হত্যাৰ অভিযোগ চি পি আই (এম)ৰ বিৰুদ্ধে, অভিযোগ অস্বীকাৰ চি পি আই (এম)ৰ

পিনাকী দাস by পিনাকী দাস
January 16, 2018 9:19 pm
বিজেপি কৰ্মীজনৰ মৃতদেহ

বিজেপি কৰ্মীজনৰ মৃতদেহ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনমুখী ত্ৰিপুৰাত অন্য এক হিংসাত্মক ঘটনাত শাসনাধিষ্ঠিত চি পি আই (এম)এ কালি ৰাতি এজন বিজেপি কৰ্মীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই বছৰত এইটো হৈছে এনেধৰণৰ ৮মটো ঘটনা।

পশ্চিম ত্ৰিপুৰা জিলাৰ শিম্না বিধানসভা সমষ্টিৰ চিধাই আৰক্ষী থানাৰ অন্তৰ্গত কাথাচ্চেৰা গাঁৱত এই ঘটনাটো সংঘটিত হৈছে।

Apply Now

বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক ৰতন লাল নাথে কয়, ‘কাথাচ্চেৰা গাঁৱৰ বিজেপি যুৱ মৰ্চ্চা কৰ্মী চিৰঞ্জিত দাসক অভিযোগ অনুসৰি চিপিএম সমৰ্থক কাৰ্তিক দাসে হত্যা কৰিছে। চিৰঞ্জিতৰ মাক বিথিকা দাস বিজেপিৰ এগৰাকী পৃষ্টা প্ৰমুখ আৰু তেওঁলোকৰ দোকানতে বিজেপিৰ কাৰ্য্যালয় মুকলি কৰা হৈছিল।’

তেওঁ লগতে কয়, ‘যোৱা এটা বছৰত চি পি আই (এম)এ কমেও সাতজন বিজেপি কৰ্মীক হত্যা কৰিছে। শাসনাধিষ্ঠিত দলটো হতাশ হৈছে আৰু বিজেপিক সমৰ্থন কৰা আৰু যোগ দিয়া ভোটাৰসকলক সন্ত্ৰস্ত কৰিব খুজিছে।’

হত্যাকাণ্ডৰ ঘটনা অব্যাহত থকা সন্দৰ্ভত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৱিজয় চাম্প্লাই কয়, ‘ত্ৰিপুৰাত আইন-শৃংখলা বুলি কোনো বস্তু নাই আৰু এই হত্যাকাণ্ডসমূহে এই সত্য প্ৰত্যায়িত কৰিছে।’

আনহাতে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক বিজন ধৰে যোৱাকালিৰ ঘ্টনাটোৰ লগতে অন্যান্য ঘটনাসমূহৰ সৈতে চি পি আই (এম) কৰ্মী বা সমৰ্থক জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

তেওঁ কয়, ‘হত্যাকাণ্ডটোৰ কোনো খবৰ মোৰ হাতত নাই আৰু ঘটনাটো ক’ত হৈছে মই ক’ব নোৱাৰো।’

যোৱা এসপ্তাহত্কৈও কম সময়ত ত্ৰিপুৰাত এইটো চতুৰ্থটো হত্যাকাণ্ড।

সোমবাৰে খোৱাই জিলাৰ চম্পাহোৱাৰ এখন ৰবৰৰ বাগানত এগৰাকী জনজাতীয় মহিলাৰ দেহ উদ্ধাৰ হৈছিল।

চম্পাহোৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাৰাধন দেববাৰ্মাই কয়, ‘প্ৰথম দৃষ্টিত এইটো সুস্পষ্ট যে মহিলাগৰাকীক হত্যা কৰা হৈছে।

নিহত মহিলাগৰাকীক মলীনা দেববাৰ্মা বুলি চিনাক্ত কৰা হৈছে। ঘটনা সংঘটিত হোৱা উতলাবাৰীত ডগ স্কুৱাদ আৰু ফৰেনছিক দল তাত উপস্থিত হৈ হত্যাকাণ্ডটোৰ তদন্ত চলোৱাৰ চেষ্টা কৰিছে।

দুদিন পূৰ্বে ধৰ্মনগৰত অন্য এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু আগৰতলাত নৰ্দমাত মূৰ থেতেলিয়াই থোৱা অৱস্থাত এগৰাকী আৰু গংগানগৰত অন্য এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

যোৱা ৩ জানুৱাৰিত দক্ষিণ ত্ৰিপুৰাৰ পিআৰ বাৰী আৰক্ষী থানাৰ ৰাজনগৰৰ অমূল্য মালাকাৰ নামৰ এগৰাকী বিজেপি সমৰ্থকক এজন চি পি আই (এম) সমৰ্থকে হত্যা কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনকে ধৰি অন্য পাঁচজন আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd