• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত কোম্পানীত কাম কৰিবলৈ গৈ সন্ধানহীন কলিয়াবৰৰ যুৱক

ৰমণী শৰ্মা by ৰমণী শৰ্মা
December 22, 2017 2:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত চাৰিবছৰ আগতেই কৰ্মসুত্ৰে ঘৰৰ পৰা ওলাই গৈছিল নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ এজন যুৱক।  কলিয়াবৰৰ মাধতাৰি গাঁৱৰ নিবাসী জয় কাকতীৰ পুত্ৰ অৰূপ কাকতী(২২) নামৰ যুৱকজন ২০১৩ চনতে দুজন বন্ধুৰ সৈতে ব্যক্তিগত  কোম্পানী এটাত কাম কৰাৰ উদ্দেশ্যে দিল্লীলৈ ৰাওনা হৈছিল। কোম্পানীত কাম কৰি থকাৰ সময়তে দুই বন্ধুৰ এজনে লগ এৰে বুলি অৰূপৰ পিতৃয়ে জানিবলৈ দিয়ে। জানিব পৰা মতে এজন বন্ধুৱে লগ এৰাৰ পিছতে আনজন বন্ধু ভোলা বৰাৰ সৈতে কাম কৰি থকা  কোম্পানীৰ সমীপতে এটা ভাড়াঘৰত আছিল। সন্ধানহীন যুৱকজনৰ পিতৃয়ে জানিবলৈ দিয়া মতে দিল্লীত দুবছৰ কাম কৰাৰ পিছত অৰ্থ্যাৎ ২০১৫ চনত অন্য কাম বিচাৰি গুজৰাটলৈ যায়। গুজৰাটৰ পৰা কোম্পানী কতৃপক্ষই অন্য শ্ৰমিকৰ সৈতে অৰূপকো মুম্বাইলৈ কাম কৰিবলৈ পঠিয়ায়। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মুম্বাইলৈ যোৱাৰ সময়লৈকে যুৱকজনৰ লগত পৰিয়ালৰ লোকে ফোনযোগে কথা-বতৰা পাতি আছিল।

সন্ধানহীন অৰূপ কাকতী

কিন্তু তাৰ পিছৰে পৰা অৰূপৰ সৈতে পৰিয়ালৰ লোকে আজি পৰ্যন্ত যোগাযোগ কৰিব পৰা নাই। আনহাতে সন্ধানহীন যুৱকজনৰ বন্ধু ভোলা বৰাই পৰিয়ালৰ লোকে বাৰম্বাৰ ফোন কৰি থাকিলেও ফোন ৰিচিভ নকৰে বুলি অৰূপৰ পিতৃয়ে জানিবলৈ দিয়ে। লক্ষ্যনীয় যে ভোলাই মাজে সময়ে নিজৰ ঘৰলৈ আহে যদিও  অৰূপৰ বিষয়ে সুধিলে অন্য মনষ্ক হৈ পৰে। এনে পৰিপ্ৰক্ষিতত অৰূপৰ পৰিয়ালে ভোলাৰ এনে সন্দেহজনক আচৰণত  ক্ষোভিত পৰিয়ালৰ লোকে ভোলালৈ সন্দেহৰ আঙুলি টোৱাইছে। এই সন্দৰ্ভত অৰূপৰ পৰিয়ালে কলিয়াবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে বহিঃৰাজ্যত সন্ধানহীন যুৱকজনৰ অনুসন্ধান চলাই আছে যদিও  বৰ্তমানলৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

Apply Now

 

 

 

 

ৰমণী শৰ্মা

ৰমণী শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd