• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপশিখা শিশু আশ্ৰয়স্থল আনুষ্ঠানিকভাৱে মুকলি মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 7:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ দূৰ-দূৰণি অঞ্চলৰ পৰা গুৱাহাটীলৈ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অহা কৰ্কট ৰোগী সকললৈ বৃহৎ সকাহ প্ৰদানৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ ছয়মাইলত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে শিশু কৰ্কট ৰোগী সকলৰ বাবে দীপশিখা শিশু আশ্ৰয়স্থল আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখযোগ্য যে দীপশিখাৰ দ্বাৰা স্থাপন কৰা দীপশিখা শিশু আশ্ৰয়স্থলে উত্তৰ পূৰ্বাঞ্চলৰ শিশু কৰ্কট ৰোগী সকলৰ চিকিৎসা ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব। এই শিশু আশ্ৰয়স্থলে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগী সকলৰ স্বাস্থ্য প্ৰযত্নৰ আন্তঃগাঁথনি যেনে থকা, স্বাস্থ্য সন্মত খাদ্য, হস্পাতালৰ পৰা অহা-যোৱা, উপযুক্ত পৰামৰ্শ দানৰ লগতে তেওঁলোকৰ চিকিৎসাৰ বাবে বিত্তীয় সাহায্য প্ৰদানকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় কৰিব।

Apply Now

CM-Deepsikha

দীপশিখা শিশু আশ্ৰয়স্থল মুকলি কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত দীপশিখা আৰু ইয়াৰ লগত জড়িত মহান ব্যক্তিসকলৰ এই পদক্ষেপে মানৱসেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি কয়। লগতে তেওঁ কয় যে, ‘কৰ্কট ৰোগী সকলৰ চিকিৎসাৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত ১৮ খন অত্যাধুনিক কৰ্কট ৰোগৰ হস্পাতাল স্থাপনৰ বাবে ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰিছে।‘

কৰ্কট ৰোগৰ প্ৰাথমিক স্তৰতে চিনাক্তকৰণ কৰিব পৰাকৈ চৰকাৰে অলপতে পেট চিটী স্কেন ব্যৱস্থা স্থাপন কৰাৰ লগতে কৰ্কট ৰোগৰ উচ্চ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যখনৰ কৰ্কট ৰোগী সকলৰ বাবে আৰু অধিক পদক্ষেপ লোৱাৰ বাবে বিবেচনা কৰি আছে বুলিও সৰ্বানন্দই কয়।

আজিৰ অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, ৰাজ্যৰ মুখ্য তথা আয়ুক্ত হিমাংশু শেখৰ দাস, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, উত্তৰ পূব পৰিষদৰ সচিব পি মুইভা, কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ সভাপতি ড০ জে কে সিং, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, ইব বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ড০ অমল কটকী, শিশু অশ্ৰয় স্থল নিৰ্মাণৰ বাবে ভূমি প্ৰদানকাৰী কেএশৱ চন্দ্ৰ শৰ্মা, প্ৰথিতযশা বাঁহী বাদক ৰাকেশ চৌৰাচিয়াকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd