• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নখত দেখা দিছে নেকি বগা দাগে? সাৱধান! হ’ব পাৰে একাধিক ৰোগৰ লক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 8:30 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু সময়ত আমি আমাৰ নখত কিছুমান বগা দাগ পৰা দেখিবলৈ পাওঁ। এই দাগবোৰ নিজে নিজে হয় আকৌ নিজে নিজেই নোহোৱা হৈ যায়। 

সেয়ে এই সন্দৰ্ভত কাকো বিশেষভাৱে চিন্তিত হোৱা দেখা নাযায়। কিন্তু ইয়াক সাধাৰণভাবে লোৱা উচিত নহয়।  কাৰণ বিশেষজ্ঞসকলৰ মতে এনেধৰণৰ দাগবোৰে শৰীৰত বিভিন্ন ৰোগৰ উপস্থিতিৰ ইংগিত দিয়ে। গতিকে এই দাগবোৰ দেখিলে সাৱধান হওক। অন্যথা বিপদ অনিবাৰ্য। 

Apply Now

এই বগা দাগবোৰ লিউকোনিচিয়াৰ ফলত হব পাৰে। ইয়াৰ উপৰিও নখৰ এই বগা দাগবোৰৰ আঁৰত আন কিছুমান কাৰণ থাকিব পাৰে। এই দাগ আৰু অন্যান্য ৰোগৰ লক্ষণসমূহ জানি লওঁ আহক…

এলাৰ্জিৰ প্ৰতিক্ৰিয়া : কেতিয়াবা নেলপলিচ, নেইল গ্লছ, বা নেলপলিচ ৰিমুভাৰ ব্যৱহাৰ কৰিলে নখত বগা দাগ দেখা যায়। আচলতে ইয়াত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিয়ে নখৰ লগত বিক্ৰিয়া কৰি নখৰ ক্ষতি কৰে। ইয়াৰ ফলত বগা দাগ পৰে।

ভেঁকুৰৰ কাৰণ : অনিকোমাইক’ছিছ নামৰ ভেঁকুৰে নখৰ পৃষ্ঠ সহজে সংক্ৰমিত কৰিব পাৰে। এই সংক্ৰমণৰ প্ৰথম লক্ষণ হ’ল নখত বগা দাগ। ই নখৰ ওপৰেৰে সোনকালে বিয়পিব পাৰে আৰু নখটো লাহে লাহে ডাঠ আৰু ভংগুৰ হ’ব পাৰে।

আঘাত : বহু সময়ত আঘাতৰ বাবে নখৰ পৃষ্ঠভাগ ক্ষতিগ্ৰস্ত হয় আৰু তাৰ ওপৰত বগা দাগে দেখা দিয়ে। নখবোৰ যিমানেই বাঢ়ি যায় এই দাগো সিমানেই বাঢ়ি যায়। সাধাৰণতে দুৱাৰ বা  খিৰিকিৰ কোণত চেপা খোৱাৰ ফলত এনে অৱস্থাৰ সৃষ্টি হয়।

ঔষধ : কেতিয়াবা ঔষধ খালেও নখত বগা দাগও হ’ব পাৰে। উদাহৰণস্বৰূপে, কেন্সাৰ চিকিৎসাৰ সময়ত কেমোথেৰাপিৰ পিছত এই লক্ষণ দেখা দিয়ে। বৃক্ক বিকল হোৱা, হৃদৰোগ, ৰক্তহীনতা, ডায়েবেটিছ ইত্যাদিৰ বাবেও নখত বগা দাগ পৰিব পাৰে।

শৰীৰত খনিজ পদাৰ্থৰ অভাৱ : শৰীৰত জিংক আৰু কেলচিয়ামৰ অভাৱৰ বাবে নখত বগা দাগ দেখা দিব পাৰে। গতিকে সুষম আহাৰ বজাই ৰাখক আৰু সকলো ধৰণৰ খাদ্য খাওক। গতিকে এনে লক্ষণক আওকাণ কৰাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd