• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ সবিশেষ ৰাজহুৱা : চুবুৰীয়া ৰাজ্যৰ কোনো অংশ অন্তৰ্ভুক্ত নহয় নাগালিমত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2018 11:01 pm
RN_Ravi

সফল মধ্যস্থতাকাৰী আৰ এন ৰবি। ফাইল ফটো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠনৰ বহুদিনীয়া উৎকণ্ঠাৰ ওৰ পেলাই আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে চুক্তিখনৰ কিছু কথা ৰাজহুৱা কৰে। চৰকাৰৰ হৈ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ১৯ জুলাইত এখন সংসদীয় কমিটীৰ আগত এই চুক্তিখনৰ কথা সদৰী কৰে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ নাগা বসতিপ্ৰধান অঞ্চলবোৰক সামৰি এক পৃথক নাগালিম গঠন কৰাৰ বাবে কেইবা দশক জোৰা সশস্ত্ৰ আন্দোলন কৰি আহিছিল এন এছ চি এন নামৰ বিদ্ৰোহী সংগঠনটোৱে। ভাৰত চৰকাৰৰ সৈতে হোৱা কেইবা দশকজোৰা আলোচনাৰ ফলত যোৱা ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু চুক্তিখনৰ সবিশেষ ৰাজহুৱা কৰা নাছিল কোনো পক্ষই। ফলত চুবুৰীয়া ৰাজ্যবোৰৰ অংশ নাগালিমত অন্তৰ্ভুক্ত হ’ব বুলি এক শংকাৰ পৰিৱেশ সৃষ্টি হৈছিল এই ৰাজ্যকেইখনত।

Apply Now

সংসদীয় কমিটীখনক চৰকাৰে জনোৱামতে, ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত হোৱা চুক্তিখনত নাগা পক্ষটোৱে তেওঁলোকৰ পূৰ্বৰ ‘ভাৰতৰ সৈতে, ভাৰতৰ ভিতৰত নহয়’ স্থিতিৰ পৰা আঁতৰি আহি চুক্তিত চহী কৰে। অৰ্থাৎ পূৰ্বৰ স্থিতি সলনি কৰি ভাৰতৰ ভিতৰতে ‘বিশেষ ৰাজ্য’ত থকাৰ স্থিতি গ্ৰহণ কৰিছে নাগাসকলে।

এই চুক্তিমতে নাগালেণ্ডে ভাৰতৰ ভিতৰতে থাকি ‘বিশেষ মৰ্য্যাদা’ৰ ৰাজ্যৰ স্বীকৃতি লাভ কৰিব। এই বিশেষ মৰ্য্যাদাৰ সুবিধা চুবুৰীয়া ৰাজ্যবোৰত থকা নাগা লোকসকলেও সামান্য সালসলনি আৰু তেওঁলোকৰ আঞ্চলিক ভেদবোৰৰ সৈতে লাভ কৰিব পাৰিব।

আজি প্ৰকাশ পোৱা তথ্যমতে, ভাৰত চৰকাৰে নাগাসকলৰ মৌলিক ইতিহাসক স্বীকাৰ কৰি লৈছে।

আনহাতে কাষৰীয়া ৰাজ্যকেইখনে শংকা কৰি থকাৰ দৰে এইবোৰ ৰাজ্যৰ কোনো অংশ অন্তৰ্ভুক্ত নহয় নাগালিমত। অৰ্থাৎ সকলো নাগা বসতিপ্ৰধান অঞ্চলক লৈ বৃহত্তৰ নাগালিম গঠনৰ স্বপ্নৰ পৰা এই চুক্তিৰ জৰিয়তে আঁতৰি আহিছে নাগাপক্ষটো। সংসদীয় সমিতিক জনোৱা মতে, চুক্তিখনৰ ফলত নাগা বসতিপ্ৰধান ৰাজ্যখনৰ সীমাৰেখাৰ কোনো পৰিৱৰ্তন নহয়।

গতিকে, অসম, অৰুণাচল আৰু মণিপুৰৰ ৰাইজৰ বাবে স্বস্তিৰ বিষয় যে এই নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ ফলত সংকুচিত নহয় অসম, মণিপুৰ আৰু অৰুণাচলৰ সীমা।

চুক্তিখন সন্দৰ্ভত ১৯ জুলাইত সংসদীয় সমিতিক সবিশেষ দাঙি ধৰে ভাৰত চৰকাৰৰ হৈ মধ্যস্থতা কৰা আৰ এন ৰবিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd