• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপই সাক্ষাৎ কৰিব লোকসভাৰ অধ্যক্ষ, যুটীয়া সংসদীয় সমিতিক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2018 11:05 am
AGP-meeting--570x320

দেওবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত অগপৰ বৈঠকৰ এটি মুহূৰ্ত। ফটো: ইউবি ফটোছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণপৰিষদ দলৰ এটি প্ৰতিনিধি দলে সোনকালেই দিল্লীলৈ গৈ নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬’ক  দলে বিৰোধিতা কৰা বিষয়টো লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু যুটীয়া সংসদীয় সমিতিৰ সদস্যসকলক অৱগত কৰিব।

দেওবাৰে অনুষ্ঠিত হোৱা দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

ৰাজ্যৰ কৃষিমন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰাই সভাপতিত্ব কৰা বৈঠকত দাবী উত্থাপন কৰা হয় যে বিজেপিৰ মীৰাট লোকসভা সমষ্টিৰ সাংসদ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত গঠিত যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ আহি বিধেয়কখন সম্পৰ্কত সকলো পক্ষৰ মতামত গ্ৰহণ কৰা উচিত।

আঞ্চলিক দলটোৱে বিধেয়কখনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অহা মাৰ্চত গুৱাহাটীত এখন গণ অভিৱৰ্তনৰ লগতে সকলোবোৰ জিলাতে জনসভা অনুষ্ঠিত কৰিব।

অসমত অসম গণ পৰিষদ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্য সহযোগী হৈ আছে।

বিজেপিয়ে বিধেয়কখন গৃহিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে অগপই আনকি বিধেয়কখন সংসদত গৃহিত হ’লে চৰকাৰৰ পৰা ওলাই অহাৰ ভাবুকি দিছে।

বিধেয়কখনে ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা  ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগেয়ে অহা সংখ্যালঘু শৰণাৰ্থীসকলক নাগৰিকত্ব দিব বিচাৰিছে।

ৰঙিয়াৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ প্ৰায় ২০০ গৰাকী সদস্যই দেওবাৰে আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অগপ দলত যোগদান কৰে।

ইয়াৰ আগেয়ে আঞ্চলিক দলটোৱে অসম চুক্তিত উল্লেখ থকা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতলৈ অহা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো নাগৰিকেই বিদেশী বুলি থকা অনুচ্ছেদ অনুসৰণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ লিখিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd