• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ আচৰণ সঠিক নাছিল বুলি কৈ ক্ষমা খুজিলে পাপনে : বিষয়টো ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগৰ বিবেচনাধীন হৈ আছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 7:06 pm
Papon
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিয়েলিটি শ্ব’ এটাৰ শ্বুটিঙৰ সময়ত এজনী নাবালিকাক আপত্তিজনকভাৱে চুমা খাই তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰা পাপন অংগৰাগ মহন্তই আজি তেওঁৰ টুইটাৰত আপল’ড কৰা এটা টোকাৰ জৰিয়তে ক্ষমা বিচাৰিছে।

অৱশ্যে ক্ষমা বিচাৰিও তেওঁ নিজৰ আচৰণত কোনো অসৎ অভিপ্ৰায় নাছিল বুলি কৈ এয়া মাত্ৰ কেমেৰাৰ এংগলৰ বাবেহে হোৱা বুলি দাবী কৰে।

Apply Now

টোকাটোত তেওঁ কয় যে তেওঁৰ ১৪ বছৰৰো অধিক হোৱা এখন সংসাৰ আছে। দুটা সন্তান আছে। গতিকে এনেকুৱা অসৎ অভিপ্ৰায়ৰ কোনো মানে নাই। তেওঁ এজন মৰমিয়াল মানুহ আৰু তেনে পৰিৱেশতে তেওঁ ডাঙৰ হৈছে। তেওঁক ওচৰৰ পৰা যিমানে জানে তেওঁলোকে তেওঁৰ এই সৰলতা চিনি পায়। এই ছোৱালীজনীকো তেওঁ একেই সৰলতা আৰু মৰমৰ দৃষ্টিৰে ব্যৱহাৰ কৰিছিল।

লগতে তেওঁ কয় যে কোনো বেয়া অভিপ্ৰায় থকা হ’লে তেওঁ নিজৰ ফেচবুক পেইজত ভিডিঅ’টো লাইভ নকৰিলে হেঁতেন।

Angarag_Tweet
পাপনৰ টুইটাৰত থকা টোকাটো।

‘যি নহওক এয়া ক’ব নোৱাৰি যে মই ভুল কৰা নাই। মই এইটো কোনো অন্য মতলবৰ প্ৰণোদনত নকৰিব পাৰো, কিন্তু সাম্প্ৰতিক পৰিস্থিতিত, আপোনাৰ মন যিমানেই নিষ্কলুষ নহওক কিয়, এইটো বাঞ্ছনীয় (advisable) নহয়। মই ইয়াৰ বাবে দুঃখিত।’ নিজৰ টোকাটোত এইদৰে কয় পাপনে।

তেওঁ এজন দায়বদ্ধ নাগৰিক হিচাপে নাৰীৰ নিৰাপত্তা আৰু নাৰীৰ প্ৰতি সন্মানৰ বিষয়ক সৰ্বাধিক গুৰুত্ব দিয়ে বুলিও কয় টোকাটোত। গায়কজনে তেওঁক মূৰ্খ বুলি কয়, যি কয় কওক, কিন্তু অশালীন শব্দবোৰ প্ৰেৰণ নকৰিবলৈ আহ্বান জনায়। আনহাতে তেওঁ এই বিতৰ্কত দুয়োটা পৰিয়াল ধ্বংস হোৱা বুলিও অভিযোগ কৰে গায়কজনে।

উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰিত অসমৰ নৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্তই এটা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙৰ সময়ত শ্বুটিঙত ভাগ লৈ থকা শিশু শিল্পীসকলৰ মাজৰ এজনী নাবালিকাক জোৰ কৰি চুমা খোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াকে লৈ বিভিন্ন মাধ্যম আৰু বিভিন্ন স্তৰত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে পাপনক চাৰিওফালৰ পৰা কঠোৰ সমালোচনা কৰা হয়।

আনহাতে পাপনৰ আচৰণ যৌন উৎপীড়নৰ সম পৰ্য্যায়ৰ বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা ৰুণা ভূঞাই The Protection of Children from Sexual Offences Act ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই national commission for protection of child rights ৰ অধ্যক্ষলৈ অভিযোগপত্ৰ প্ৰেৰণ কৰিছিল।

আজি আয়োগৰ এটা সূত্ৰই জনোৱা মতে তেওঁলোকে পোৱা অভিযোগপত্ৰখন বিবেচনা কৰি আছে। দুই-এদিনতে এই সম্পৰ্কত স্থিতি প্ৰকাশ কৰা হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd