• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিবাৰণ বৰাৰ জন্ম দিৱস : দিল্লীৰ বিৰুদ্ধে যুঁজিবলৈ জাতীয়তাবাদী শিবিৰক একত্ৰিত কৰাৰ সংকল্প স্মৃতিৰক্ষা সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 26, 2018 10:57 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিবাৰণ বৰা স্মৃতিৰক্ষা সমিতিয়ে আজি ২৬ এপ্ৰিলত গুৱাহাটীত নেতাজনৰ ৯৮ সংখ্যক জন্ম দিৱস পালন কৰে। ‘হিন্দী বলয়ৰ গ্ৰাসৰ পৰা উত্তৰ-পূবৰ ৰাইজক ৰক্ষা কৰিবলৈ অসমত জাতীয়তাবাদী আন্দোলনৰ ধাৰা প্ৰতিষ্ঠা কৰা মহানায়ক’ নিবাৰণ বৰা ( Nibaran Bora )ৰ জন্ম দিৱসত জাতীয়তাবাদী বিভিন্ন নেতা-কৰ্মীয়ে শ্ৰদ্ধা নিবেদন কৰে।

‘দিল্লীৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ বহুবিভক্ত জাতীয়তাবাদী শিবিৰক একত্ৰিত কৰাৰ বাবে’ এখন অভিৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে আজিৰ অনুষ্ঠানতে সিদ্ধান্ত লোৱা হয়।

Apply Now

‘অসমৰ পৰা বিদেশী বহিষ্কৰণ দূৰৰ কথা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰ উঠি-পৰি লাগিছে‘ বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি অনুষ্ঠানত উপস্থিত থকা নিবাৰণ বৰাৰ পুত্ৰ ভাস্কৰ কিৰণ বৰাই নৰ্থ ইষ্ট নাও-ক কয় ‘তেওঁ ১৯৭৭ চনতে অসমৰ ৰাজনৈতিক সমস্যাসমূহ ফঁহিয়াই দেখুৱাইছিল। বিদেশী সমস্যাটো অসমবাসীৰ কাৰণে কিমান ভয়াৱহ হ’ব পাৰে তাকো তেওঁ তথ্য সহকাৰে দাঙি ধৰিছিল।’

নিবাৰণ বৰাৰ নামত এখন মঞ্চ নিৰ্মাণ কৰিবৰ বাবে কৰা অনুৰোধ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰক্ষা কৰিব বুলি ‘মৌখিক প্ৰতিশ্ৰুতি দিছিল’ যদিও আজিপৰ্য্যন্ত কোনো পদক্ষেপ হাতত লোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে বৰাই।

আনহাতে ‘নেতাগৰাকীৰ নামত গুৱাহাটীত এটা পুথিভঁড়াল নিৰ্মাণৰ বাবে মাটি আৰু গুৱাহাটীৰ এটা প্ৰধান আলিবাট তেওঁৰ নামেৰে নামকৰণ কৰাকে ধৰি মুঠ ৮টা দাবী’ সমিতিয়ে কৰি অহাৰ পিছতো ২০০৫ চনৰ পৰা আজি পৰ্য্যন্ত কোনো চৰকাৰেই  গুৰুত্ব নিদিয়াক লৈও সভাখনত ক্ষোভ প্ৰকাশ কৰা হয়।

চিৰিয়াখানা সুৰক্ষা সমিতিৰ কাৰ্য্যালয়ত অনুষ্ঠিত সভাখনত অধিবক্তা সত্যেন্দ্ৰ প্ৰসাদ ডেকা, অসম সংগ্ৰামী মঞ্চৰ নেতা দিগন্ত কোঁৱৰ আৰু সমৰজ্যোতি বেজবৰুৱা, বৰাৰ পুত্ৰ-বোৱাৰী ভাস্কৰ কিৰণ বৰা আৰু প্ৰিয়ম বৰা, চিৰিয়াখানা সুৰক্ষা মঞ্চৰ দীপক কুমাৰ পাঠক, ৰাজকুমাৰ বৈশ্য আৰু তিলক মহন, প্ৰদীপ কুমাৰ নেওগ, লক্ষীপ্ৰসাদৰ প্ৰমুখ্যে বহুসংখ্যক অনুগামী উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd