• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নেডা’ৰ বৈঠকত উপস্থিত থাকিবৰ বাবে কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অসমলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2018 9:35 pm
Amit-Shah--570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিয়ে অসমত হিন্দু বাংলাদেশীৰ বোজা জাপি দিব খোজাৰ প্ৰতিবাদত কৃষক মুক্তিয়ে সমগ্ৰ অসমৰ ৰাইজক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ আগন্তুক অসম ভ্ৰমণৰ বিৰোধিতা কৰি ক’লা পতাকা উৰুৱাবলৈ আহ্বান জনোৱাৰ মাজতে কাইলৈ ‘নেডা’ৰ বৈঠকত অংশগ্ৰহণৰ বাবে অসমলৈ অমিত শ্বাহ অহাটো নিশ্চিত হৈছে।

উল্লেখযোগ্য যে কাইলৈ ‘নেডা’ ( North-East Democratic Alliance)ৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ’ব। উত্তৰ-পূবৰ অ-কংগ্ৰেছী দলবোৰক লৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত হোৱা নেডাৰ ইয়াৰ পূৰ্বৰ দুখন বৈঠক ক্ৰমে নতুন দিল্লী আৰু গুৱাহাটীত অনুষ্ঠিত হৈছিল। পুৱা ১০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া এই তৃতীয় বৈঠকখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, বিজেপিৰ উত্তৰ-পূবৰ প্ৰচাৰ প্ৰমুখ ৰাম মাধৱ, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ-পূবৰ বিজেপি শাসিত ৭খন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল আৰু উপ মুখ্য মন্ত্ৰীসকল এই বৈঠকত উপস্থিত থকাৰ কথা।

Apply Now

লগতে অসম ৰাজ্যিক বিজেপিৰ সদস্যসকলৰ উপৰি উত্তৰ-পূবৰ বিজেপিৰ কাৰ্য্য নিৰ্বাহকসকলকো এই বৈঠকত অংশ গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে। অৱশ্যে বৰ্তমানলৈকে কিমানজন মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীয়ে যোগদান কৰিব সেয়া নিশ্চিত নহয়  বুলিও বিজেপিৰ মুখপাত্ৰজনে জানিবলৈ দিয়ে।

বৈঠকত ঘাইকৈ নেডাৰ সাংগঠনিক দিশটো শক্তিশালী কৰাক লৈ আলোচনা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰতো আলোচনা কৰা হ’ব বুলি ৰূপম গোস্বামীয়ে জানিবলৈ দিছে। লগতে বৈঠকে অঞ্চলটোৰ ৰাজনৈতিক-অৰ্থনৈতিক দিশৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হ’ব বুলি এটা বিশেষ সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে আজি ৰাজীৱ ভৱনত কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ গঠনৰ পথ নিশ্চিত হোৱাৰ আনন্দত প্ৰদেশ কংগ্ৰেছে উল্লাস প্ৰকাশৰ বাবে গোট খোৱাৰ সময়তে সভাপতি ৰিপুণ বৰায়ো অমিত শ্বাহৰ নৈতিকতাবোধে তেওঁক অসম ভ্ৰমণ কৰিবলৈ বাধা দিয়া উচিত বুলি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd