• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত উত্তাল দিছপুৰ লাষ্টগেট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2018 1:55 pm
koch rajbongshi
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ তিনি দশক ধৰি পৃথক কমতাপুৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি পুনৰ দিছপুৰ লাষ্টগেটত এক প্ৰতিবাদী কাৰ্যসূচী সাৱ্যস্ত কৰে।

পৃথক কমতাপুৰ ৰাজ্যৰ লগতে কোচ ৰাজবংশীসকলৰ  জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থাই তিনিঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

Apply Now

তদুপৰি, সংগঠনৰ নেতৃবৰ্গই পৃথক কমতাপুৰৰ বাবে অসম, পশ্চিমবংগ চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহা বুলি সদৰি কৰে। কিন্তু কোনো এখন কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱাত চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠনটোৱে।

এই সন্দৰ্ভত সংগঠনৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন ক্ষোভ প্ৰকাশ কৰি কয় “শাসনত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে নিৰ্বাচনৰ পূৰ্বে পৃথক ৰাজ্য দিয়া তথা জনজাতিকৰণৰ বাবে দিয়া প্ৰস্তাৱৰ কথা পাহৰি গৈছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৬ মাহৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৪ বছৰ শাসনকাল উকলি যোৱাৰ পিছতো কোচসকলৰ জনজাতিকৰণৰ সমস্যাটোৰে সমাধান কৰিব নোৱাৰিলে।”

koch rajbongshi 2

তদুপৰি তেওঁ ঝাৰখণ্ড, উত্তৰাখণ্ড, ছত্তিছগড় ইত্যাদি ৰাজ্যসমূহৰ উদাহৰণ দি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে এই ৰাজ্যসমূহৰ জনসাধাৰণে যদি ন্যায় পাব পাৰে তেন্তে একেখন সংবিধানৰ গণ্ডীৰ মাজত থাকিও কিহৰ বাবে কোচ ৰাজবংশী সকলে তেওঁলোকৰ প্ৰাপ্য পোৱা নাই?

লক্ষ্যণীয় যে বনমন্ত্ৰী তথা জনজাতিকৰণৰ দায়িত্বত থকা মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্মই জনজাতিকৰণৰ বিষয়টো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাহিৰত বুলি কোৱা মন্তব্যৰ বিৰোধিতা কৰি গোকুল বৰ্মনে কয় যে ‘তেৱোঁ আমাৰ এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই।’

এই সন্দৰ্ভত নেতাজনে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আজিৰ ধৰ্ণা কাৰ্য্যসূচীৰ পিছতো যদি একো ব্যৱস্থা হাতত নলয় তেন্তে কোচ ৰাজবংশী ছাত্ৰ সন্থাই অহা ১৫ মাৰ্চত ১২ ঘন্টীয়া ৰেলপথ কাৰ্যসূচী আৰু ৩০ মাৰ্চত ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে।

পৰৱৰ্তী সময়ত তেখেতসকলৰ দাবী মানি নল’লে ১০০০ ঘন্টীয়া অৰ্থনৈতিক চকাবন্ধ কাৰ্যসূচী হাতত লোৱাৰ কথাও ঘোষণা কৰে সংগঠনটোৱে।

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৈতে কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাইয়ো এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।  প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,  ডু অৰ ডাই ফৰ কমতাপুৰ,  সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ইত্যাদি শ্ল’গানেৰে দিছপুৰ লাষ্টগেট কঁপাই তোলে।

 

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd