• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৪ জুনত ২৪ ঘণ্টীয়া চকা বন্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2018 8:13 am
পেট্ৰ'ল পাম্প

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিবাদত আৰু অসমৰ বেচৰকাৰী খণ্ডৰ পথ পৰিবহণ শ্ৰমিকৰ বাবে কল্যাণ আইন প্ৰণয়নৰ দাবীত ৪ জুনৰ পুৱা ৫ বজাৰ পৰা চকা বন্ধৰ আহ্বান দিছে ৫টা কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰৰ পথ পৰিবহণ শ্ৰমিক-মালিক সংগঠনে।

অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ ৰাজ্যিক কমিটী, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ্ছ এণ্ড ড্ৰাইভাৰ্ছ ৱেলফেয়াৰ এছ’চিয়েশ্যন, অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এই কাৰ্যসূচী ঘোষণা কৰিছে।

Apply Now

সংগঠনকেইটাই ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত চকা বন্ধ কৰি ধৰ্মঘটত অংশ লোৱাৰ বাবে মটৰ পৰিবহণ শ্ৰমিক তথা মালিকসকললৈ আহ্বান জনায়।

আহ্বায়কসকলে ৰাজ্যখনত থকা কেৱ অপাৰেটৰ্ছ, শ্বেয়াৰ টেক্সি, টুৰিষ্ট টেক্সি, টাটা ছুম’, ই-ৰিক্সা, অট’ৰিক্সা, অট’ভান, বাছ, ট্ৰাক, টেংকাৰ, ট্ৰেক্টৰ, ক্ৰেনকে ধৰি গুৰু আৰু লঘু সকলো যান-বাহনৰ শ্ৰমিক-মালিক সংগঠনসমূহক এই বন্ধ অসমৰ পালন কৰিবলৈ আহ্বান জনায়।

সংগঠনসমূহে কেন্দ্ৰীয় তথা ৰাজ্যত থকা বিজেপি চৰকাৰৰ জনবিৰোধী তথা স্বেচ্ছাচাৰী নীতিৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে। আনহাতে, যোৱা প্ৰায় এক পষেক ধৰি ধাৰাবাহিকভাৱে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ লগতে নাগৰিকত্ব আইন ধৰ্মৰ নামত সংশোধন কৰিব বিচৰাটোৰ তীব্ৰ বিৰোধিতা কৰিছে আহ্বায়ক সংগঠনকেইটাই।

তদুপৰি, ৰাজ্যখনত মটৰ শ্ৰমিকৰ সংগঠনক দীৰ্ঘদিন ধৰি আশ্বাস দি অহাৰ পাছতো যোৱা দুবছৰে কল্যাণ আইন সম্পৰ্কত কোনো পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে সংগঠনসমূহে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

July 13, 2026 8:43 am
মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

July 13, 2026 7:42 am
জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

July 13, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd