• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰস্তাৱিত নাগালিমক লৈ আহ্বান দিয়া বন্ধক কেন্দ্ৰ কৰি উত্তপ্ত মাইবং

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
January 25, 2018 4:15 pm
Dima Hasao incident

ডিমা হাচাও বন্ধৰ ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তাৱিত নাগালিমত ডিমা হাচাও জিলাক অন্তৰ্ভূক্ত কৰাৰ প্ৰতিবাদত আজি পুৱাৰ পৰা আবেলি পাঁচ বজালৈকে স্থনীয় পাঁচটাকৈ সংগঠনে দিয়া ১২ ঘন্টীয়া  বন্ধৰ আহ্বানত  পাহাৰীয়া জিলাখনৰ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে।

এই বন্ধক কেন্দ্ৰ কৰি পাৰ্বত্য জিলাখনৰ মহকুমা সদৰ মাইবাঙত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে।

Apply Now

বন্ধৰ সমৰ্থনত উত্তেজিত প্ৰতিবাদকাৰীসকলে শিলচৰ অভিমুখী এখন যাত্ৰীবাহী ৰে’ল মাইবঙ ষ্টেচনত আবদ্ধ কৰি ৰাখি প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ৰে’লপথৰ ক্ষতি সাধন কৰাৰ ফলত বিভিন্ন ৰে’লৰ যাত্ৰাত সমস্যাৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলক অঁতৰাই পঠোৱাৰ বাবে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হয়।

প্ৰশাসনৰ কঠোৰ নিয়ন্ত্ৰনৰ পাচতো সেই স্থানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হয়। প্ৰতিবাদকাৰীসকলে  ৰে’লপথ খুলি দিয়াৰ উপৰিও মাইবং ষ্টেচনত ৰৈ থকা কেইখনমান ৰেলৰ ইঞ্জিনৰো ক্ষতি সাধন কৰে । ইয়াৰ পাছত  তাত উপস্থিত থকা আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীক সেই স্থানৰ পৰা অঁতৰাই পঠিয়াবলৈ শক্তি প্ৰয়োগ কৰাবলৈ বাধ্য হ’য়।উত্তেজিত প্ৰতিবাদকাৰীসকলে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ ফলত পৰিস্থিতিৰ অধিক অবনতি ঘটা পৰিলক্ষিত হ’য়।

মাইবং ৰেল স্টেচনত আবদ্ধ হৈ থকা প্ৰায় তিনি হেজাৰ ৰে’ল যাত্ৰীৰ  সুৰক্ষাৰ স্বাৰ্থত মহকুমা প্ৰশাসনে তেওলোকক মাইবঙ এইচ এছ স্কুললৈ স্থানান্তৰিত কৰি সেই স্থানতে তেওঁলোকৰ খোৱাবোৱাৰ ব্যৱস্থা কৰি দিয়ে।

পৰিস্থিতিৰ বুজ লোৱাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তৎকালিন ভাবে মাইবঙত উপস্থিত হ’য়।

ৰাস্ট্ৰীয় স্বয়ংসেবক সংঘৰ নেতা জগদম্বা মালে প্ৰস্তাবিত নাগালিমত ডিমা হাচাও জিলাৰ অন্তৰ্ভুক্তিক লৈ কৰা মন্তব্যৰ প্ৰতিবাদত জিলাখনৰ  পাঁচটা সংগঠনে আজিৰ এই বন্ধৰ আহ্বান দিছিল।

এই আন্দোলনৰ সৰ্ণ্দভত জিলাখনৰ ছাত্ৰ সংগঠন ডিএছইউৰ সাধাৰণ সম্পাদক প্ৰণিত চেংগুইনে কয় যে ৰাইজে উপৰোক্ত বিষয়টোক লৈ চৰমভাবে আতঙ্কিত হৈ পৰিছে। যাৰ কাৰনে মাইবঙত এনে পৰিস্থিতিৰ উদ্ভব হ’বলৈ পালে।সংবাদমাধ্যম যোগে চেঙগুইনে মাইবঙৰ ৰাইজক শান্তি শৃংখলা অটুট ৰখাৰ বাবে আহ্বান  জনায়।

ডিমাচা মাদাৰ্চ এচ’চিয়েছনৰ সভানেত্ৰী এগনেছ গাৰ্লচাৰে একেধৰনৰ মন্তব্য আগবঢ়াই কয় যে জগদম্বা মালে  নগা শান্তি চুক্তিৰ খচৰাক লৈ প্ৰকাশ কৰা মন্তব্যৰ পাচত পাৰ্বত্য জিলাখনত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।প্ৰকৃততে বৰ্তমানৰ পৰিস্থিতিৰ বাবে জগদম্বা মালেই দায়ী।

তেওঁ কিন্তু এই সম্বন্ধে এতিয়ালৈকে কোনো ধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা চৰকাৰেও তাৎক্ষনিক ভাবে তেওঁৰ মন্তব্যৰ ওপৰত কোনো ধৰনৰ লিখিত স্পষ্টীকৰন প্ৰকাশ কৰা নাই।

শেহতীয়াভাবে লাভ কৰা খবৰ অনুসৰি মাইবাং ৰে্’ল স্টেচনৰ উত্তেজিত প্ৰতিবাদকাৰীসকলক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত প্ৰায় ১০জন লোক আহত হৈছে।আহত লোকসকলক হাফলং চৰকাৰী হাষ্পাতাললৈ স্থানান্তৰ কৰা হৈছে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd