• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰিয়ংকা চোপ্ৰা, নমামি, বিজ্ঞাপনৰ বাবে আছে, ঐতিহ্য ক্ষেত্ৰ চলাবলৈ টকা নাই চৰকাৰৰ : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 3, 2018 9:56 pm
Why didn't Akshay Kumar ask Modi about his wife? Asks Former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আন বিভিন্ন ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহৰ লগতে অসমৰ কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰক কেন্দ্ৰৰ বিজেপি ( BJP ) চৰকাৰে ব্যক্তিগত কোম্পানিক ‘গতাবলৈ লোৱা’ৰ প্ৰতিবাদত ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও আজি ৩ মে’ত চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিছে।

কংগ্ৰেছে ৰক্ষা কৰিব পৰা নাই বুলি ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ‘একোৰে ৰক্ষা কৰিব পৰা নাই, তেওঁলোকেহে জাতি-মাটি বিক্ৰী কৰি দিবলে ওলাইছে’ বুলি কটাক্ষ কৰি গগৈয়ে কয় ‘প্ৰিয়ংকা চোপ্ৰাক আনিবলৈ টকা আছে, নমামি ব্ৰহ্মপুত্ৰ-বৰাক কৰিবলৈ টকা আছে, বিজ্ঞাপনত খৰচ কৰিবলৈ টকাৰ অভাৱ হোৱা নাই, হেৰিটে’জ চাইটকেইটা নিজে ৰাখিবলৈ হ’লে অসম চৰকাৰৰ টকা নাই!’

Apply Now

ইমানদিনে  চৰকাৰে এই ঐতিহ্য ক্ষেত্ৰসমূহ ৰক্ষণাৱেক্ষণ দি অহাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে  এইবোৰ ব্যক্তিগত খণ্ডক গতাই দিবলে খোজাক লৈ গগৈয়ে ‘এইখন এখন দেউলীয়া চৰকাৰ নেকি?’ বুলি প্ৰশ্ন কৰে।

চৰকাৰে যদি ধন খৰচ কৰিব নোৱাৰে অসমৰ ৰাইজে এখন সমিতি গঠন কৰি দান-বৰঙনি লৈ ৰাইজেই এই সম্পদসমূহ ৰাখিব লাগিব বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে মন্তব্য কৰে।

কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা ‘এডপ্ত এ’ হেৰিটে’জ’ আঁচনিৰ যোগেদি ঐতিহ্য ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাব খোজা হোৱা নাই বুলি অসম চৰকাৰে কৰি অহা দাবী সন্দৰ্ভত গগৈয়ে প্ৰশ্ন কৰে ‘‘এডপ্ত’ শব্দৰ অৰ্থ কি? যদি ‘ফেচিলিটি’ দিয়া হৈছে সেইটো শব্দ ব্যৱহাৰ কৰা, ইয়াৰ ইংগিতটো কি?’

পৰ্য্যটকৰ বাবে ৰাস্তা-ঘাট, শৌচালয় আদি নিৰ্মাণ কৰিব খোজা বুলি চৰকাৰে কৰা দাবী প্ৰসংগত গগৈয়ে পৰ্য্যটন নিগমটোও কোম্পানিক দি দিবলে বুলি চৰকাৰক কটাক্ষ কৰে।

অসমৰ ৰাইজ এই সম্পদসমূহৰ মালিক আৰু ব্যক্তিগতকৰণৰ যোগেদি বৰ্তমানৰ চৰকাৰে এই সম্পদসমূহ ধ্বংস কৰিবলে ওলাইছে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীজনে মন্তব্য কৰে। তেওঁ লগতে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ওলাই অহা ৰাইজ আৰু দল-সংগঠনসমূহক ধন্যবাদ জ্ঞাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd