• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা আৰম্ভ হৈছে এন আৰ চিৰ বংশবৃক্ষ পুনৰীক্ষণৰ কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 2:24 pm
nrc assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰৰ পৰা ৰাজ্যৰ এন আৰ চি উন্নিতকৰণৰ প্ৰথম পৰ্য্যায়ৰ বংশবৃক্ষ পৰীক্ষণৰ কাম আৰম্ভ হৈছে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আজি কয় যে ৰাজ্যৰ ৪৭ লাখ লোকৰ বংশবৃক্ষ আৰু তেওঁলোকে দাখিল কৰা লিগেচি ডাটাত ব্যাপক  বিসংগতিয়ে দেখা দিছে আৰু ইয়াৰ পুনৰীক্ষণৰ কাম শনিবাৰৰ পৰা আৰম্ভ হৈছে।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ৰাজ্যৰ ৪৭ লাখ লোকে দাখিল কৰা লিগেচি ডাটা আৰু তেওঁলোকৰ নথি-পত্ৰত ব্যাপক খেলিমেলি থকা বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে যিসকল লোকৰ লিগেচি দাতা বিসংগতিপূৰ্ণ বুলি ধৰা পৰিছে তেওঁলোকলৈ জাননী প্ৰেৰণ কৰা হৈছে তেওঁলোকে ইয়াৰ পুনঃনিৰীক্ষণৰ বাবে এন আৰ চি কেন্দ্ৰলৈ আহিব লাগিব।

Apply Now

হাজেলাই জনায় যে একেটা লিগেচি ডাটা বিভিন্ন লোকে ব্যৱহাৰ কৰা দেখা গৈছে আৰু সেইবোৰ সঠিকভাৱে পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। এইক্ষেত্ৰত বহুলোকে অন্য পৰিয়ালৰ লিগেচি ডাটা ব্যৱহাৰ কৰিব পাৰে। এতিয়া বংশবৃক্ষ ভালদৰে পৰীক্ষা কৰিব লগিব যাতে অন্যলোকে ভুৱা তথ্যৰ ব্যৱহাৰ কৰি নাম অন্তৰ্ভুক্ত কৰিলে সেইবোৰ বিচাৰি উলিয়াব পাৰি।

যিসকল লোকে জাননী লাভ কৰিছে তেওঁলোকে এন আৰ চিৰ বাবে ব্যৱহাৰ কৰা লিগেচি ডাটাৰ প্ৰকৃত প্ৰামাণিক তথ্য দাঙি ধৰিব লাগিব। জাননী লাভ কৰা লোকজনে তেওঁ ব্যৱহাৰ কৰা লিগেচি ডাটাৰ মূল ব্যক্তিজনৰ লগত তেজৰ সম্পৰ্ক থকা দুজন লোকক লগত লৈ আহিব লাগিব।

হাজেলাই লগতে কয় যে যিসকল লোকৰ নাম ইতিমধ্যে প্ৰকাশিত এন আৰ চিৰ তালিকাভুক্ত হৈছে তেওঁলোকলৈও এই প্ৰক্ৰিয়াটোত জাননী জাৰি কৰা হ’ব পাৰে যদিও কোনোৱে চিন্তা কৰিবলগীয়া নাই। এন আৰ চিৰ বিষয়াসকলে পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে যি কৰিবলগীয়া থাকে সেয়া কৰিব আৰু লোকসকলে কোনো প্ৰ-পত্ৰ পূৰণ কৰিব নালাগে বা কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নাই।

প্ৰায় ৪০ দিন ধৰা চলিবলগীয়া এই পুনৰীক্ষণৰ গোটেই প্ৰক্ৰিয়াৰ বাবে ২৫০০ টা এন আৰ চি কাৰ্যালয়ৰ লগতে  ২৭০০ বিষয়া নিযুক্ত কৰা হৈছে।

 

 

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

July 17, 2026 3:44 pm
প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd