• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সা জিলাত স্বয়ং আৰক্ষী জোৱানৰে ডাইনীৰ সন্দেহত বৃদ্ধা মহিলাক আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2018 6:09 pm
ডাইনীৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ৰাজ্যখনৰ বিভিন্ন ঠাইত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাই থকাৰ সময়তে শনিবাৰে বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত এগাৰকী বৃদ্ধাক ডাইনীৰ সন্দেহত আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাৰ পাঁচ নম্বৰ লাইনৰ ৰমিলা মিন্স নামৰ এগৰাকী বৃদ্ধাক ডাইনীৰ সন্দেহত অঞ্চলটোৰ চাৰিজন যুৱকে আক্ৰমণ কৰে।

Apply Now

প্ৰাপ্ত তথ্য মতে ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডুমুনী চাহ বাগিচাৰ পাঁচ নম্বৰ লাইনৰ আলবাট এক্কা নামৰ এজন আৰক্ষীৰ বেটেলিয়নৰ জোৱানৰ পত্নীয়ে এটি শিশু জন্ম দিয়ে। কিন্তু শিশুটিয়ে জন্মৰ পিছৰে পৰা মাকৰ গাখীৰ গ্ৰহণ কৰা নাছিল। ফলত একে লাইনৰে ৰমিলা মিন্স নামৰ বৃদ্ধা গৰাকীয়ে কিবা কৰা বুলি সন্দেহ প্ৰকাশ কৰি আলবাট এক্কাই আন তিনিজন যুৱকৰ সৈতে লগ লাগি বৃদ্ধা গৰাকীক আক্ৰমণ কৰে।

ইফালে মুছলপুৰ আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি বৃদ্ধা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে মহিলা গৰাকীৰ অভিযোগ ভিত্তিত আলবাট এক্কাক আটক কৰে। আটকাধীন আলবাট এক্কা আৰক্ষীৰ ১৫ নং বেটেলিয়নৰ জোৱান বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে উক্ত ঘটনাৰ লগত জড়িত আন তিনিজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। অৱশ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

June 11, 2026 9:48 am
আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

June 11, 2026 9:48 am
আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd