• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি শাসনলৈ অহাৰ পৰা কংগ্ৰেছৰ দিনৰ কল্যাণকামী আঁচনিসমূহ বন্ধ হৈ গ’ল : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2018 6:56 pm
ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা ‘বৃহৎ যোগদান’ কাৰ্য্যসূচীৰ দৃশ্য। ফটো : য়ু বি।

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা ‘বৃহৎ যোগদান’ কাৰ্য্যসূচীৰ দৃশ্য। ফটো : য়ু বি।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অমিত শ্বাহ অসমত আহি ডাঙৰ-ডাঙৰ বক্তৃতা দিছে। ১৫ বছৰে নোহোৱা উন্নয়ন দুটা বছৰত হোৱা বুলি কৈছে। নিশ্চয় তেওঁ কণা হ’ব লাগিব বা চকুত কেটেৰেক্ট পৰিছে।”

আজি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ ৪৮সংখ্যক জন্মদিন উপলক্ষে আয়োজিত ‘বৃহৎ যোগদান’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই মন্তব্য কৰে।

Apply Now

তাৰোপৰি তেওঁ কয় যে অমিত শ্বাহৰ চকুত কেটেৰেক্ট নপৰিলে গুৱাহাটীত কিমান ৰাস্তা পকা হৈছে, দেখা পালেহেঁতেন।

আনহাতে, বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা কংগ্ৰেছৰ দিনৰ কল্যাণকামী আঁচনিসমূহ বন্ধ হৈ যোৱা বুলি মত প্ৰকাশ কৰাৰ লগতে কয় “আজি ৰাজ্যৰ বিভিন্ন ঠাইত জনসাধাৰণ খোৱা পানীৰ সমস্যাত ভুগিছে, সন্তান জন্ম হোৱাৰ পিছত ৫০০০ টকা মাতৃসকলে নোপোৱা হ’ল, বাগানত বাস কৰা লোকসকলৰ প্ৰতি অনুদান বন্ধ হৈ গৈছে।”

তাৎপৰ্য্যপূৰ্ণৰূপে নিজৰ স্থিতিত অটল থাকি গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাৰ পৰা হাজাৰ-হাজাৰ ভাৰতীয়ৰ নাম কৰ্তন হোৱা বুলি মন্তব্য কৰে।

তদুপৰি কংগ্ৰেছ দলটো বিৰোধী দল হিচাপে থকাৰ পিছতো কমল কুমাৰ মেধি, ৰাজেন্দ্ৰ নাৰ্জাৰী কিয় কংগ্ৰেছলৈ আহিল বুলি প্ৰশ্ন কৰি গগৈ কয় যে অসমত বাস কৰা সকলো ধৰ্ম-ভাষাৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ হ’লে এটাই দল আছে, সেইটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। সেয়েহে তেওঁলোকে কংগ্ৰেছ দলত যোগদান কৰা বুলি গগৈয়ে কয়।

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা ‘বৃহৎ যোগদান’ কাৰ্য্যসূচীত তৰুণ গগৈ। ফটো : য়ু বি।

বিজেপি দলে চৰকাৰ চলোৱা নাই, আৰ এছ এছে চৰকাৰ চলোৱা বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৌ সিদিনা আৰ এছ এছৰ প্ৰমুখৰ সৈতে ২০১৯-ৰ লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিছে। আৰ এছ এছৰ শাসনে দেশত বিষাক্ত ৰূপ ধাৰণ কৰিছে। সেই বিষাক্ত শক্তিটো মষিমূৰ কৰিব লাগিব।”

বিজেপি শাসনলৈ অহাৰ পিছৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বেছিকৈ লোকচান হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় “হিন্দুসকলে চাকৰি পাইছে নেকি? হিন্দুসকলৰ বাবে বস্তুৰ দাম কমাইছে নেকি? আমাৰ শাসনৰ দিনত হিন্দু-মুছলমান উভয়ে লাভাম্বিত হৈছিল।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd