• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰি মাৰোৱাড়ী যুৱ মঞ্চৰ আহ্বান-সতৰ্ক হওক, জীৱন বচাওক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 13, 2018 3:53 pm
মাৰ্ঘেৰিটাত হেলমেট বিতৰণ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ দুৰ্ঘটনা সমূহৰ পৰা ৰক্ষা পোৱাৰ বিষয়ে আজি মাৰোৱাড়ী যুৱ মঞ্চ, মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত এক সতর্কতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুচকীয়া আৰু চাৰিচকীয়া বাহন চালকসকলৰ লগতে ৰাইজৰ মাজত হেলমেট পৰিধান আৰু চিট বেল্ট পৰিধানৰ প্ৰয়োজনীয়তাৰ ওপৰত সজাগতাৰ উদ্দেশ্যে মাৰ্ঘেৰিটা চালিগ্ৰাম পেট্ৰল পাম্পৰ সমীপত এখন সভা অনুষ্ঠিত কৰে। উক্ত সজাগতা অনুষ্ঠানত বহুকেইজন ব্যক্তিক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰা হয়।

এই অনুষ্ঠানত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি সুমিত সত্তাৱন। যিসকল লোকে হেলমেট পৰিধান কৰি মটৰ চাইকেল চলাইছিল তেওঁলোকক এপাহ কৈ গোলাপ ফুলৰে শুভেচ্ছা জনায় মাৰোৱাড়ী যুৱ মঞ্চ, মাৰ্ঘেৰিটা শাখাই। অনাগত দিনতো মাৰ্ঘেৰিটা মাৰোৱাড়ী যুৱ মঞ্চই ৰাইজৰ জনহিতাৰ্থে সজাগতামূলক কাৰ্যসূচী হাতত ল’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Apply Now

আজিৰ সজাগতা অভিযানত নিয়ন্ত্ৰিত গতিত বাইক চলোৱা, হেলমেট পৰিধান কৰাৰ উপৰি যান-বাহন আইন মানি চলিবৰ বাবে আহ্বান জনোৱা হয়। দুৰ্ঘটনাই কন্দুৱাই, সুৰক্ষাই হঁহুৱায়।গাড়ী চলাওঁতে চিট বেল্ট ব্যৱহাৰ কৰক আদি শ্লোগানো দিয়া হয়। আজিৰ সজাগতা সভাত উপস্থিত থকা কেইবাজনো সচেতন ব্যক্তিয়ে মন্তব্য ৰাখে যে  সমাজৰ প্ৰতিজন নাগৰিকে নিজে নিজৰ ঘৰখনৰ পৰা যদি ল’বলগা সাৱধানতা, সতৰ্কতা, দায়িত্ববোধ ইত্যাদি বিষয়বোৰ আৰম্ভ কৰে, আমাৰ বিশ্বাস নিশ্চয় অসমত পথ-দুৰ্ঘটনাত মৃত্যুৰ দৰে শোকাৱহ ঘটনাই কোনো মাতৃৰ কোলা উদং নকৰিব বা কোনো ল’ৰা-ছোৱালীয়ে অন্ততঃ দুৰ্ঘটনাত পিতৃক, ভ্ৰাতৃক হেৰুৱাবলগীয়া নহ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) জৰীপ অনুসৰি ভাৰতৰ পথ ব্যৱস্থা অতি দুঃখজনক । পৰিসংখ্যাৰ ভিত্তিত ক’বলৈ গ’লে প্ৰায় ১,৩০,০০০ মানুহৰ প্ৰতিবছৰে ভাৰতত পথ দুৰ্ঘটনাত মৃত্যু হয়। পৃথিৱীৰ পথ দুৰ্ঘটনাত আন ঠাইত যিটো এক শতাংশ মৃত্যুৰ হাৰ, তেনেস্থলত ভাৰতত ইয়াৰ সংখ্যা দহ শতাংশ। ঠিক তেনেদৰে অসমত দৈনিক বহু পথ দুৰ্ঘটনাত মানুহৰ মৃত্যুৰ শোকাৱহ বাতৰি দেখিবলৈ বা খবৰ কাকতত পঢ়িবলৈ পোৱা যায়। এই দুৰ্ঘটনাত মৃত্যুৰ বয়সভিত্তিক যদি কথাবোৰ লক্ষ্য কৰা যায় তেতিয়াহ’লে দেখা যায় যে প্রায় (১৫-৪৫) বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ সংখ্যা বেছি।

পথ দুৰ্ঘটনা ৮০ শতাংশ চালকৰ ভুলৰ বাবে সংঘটিত হয়। প্ৰতিদিনে চৰকাৰী তথ্য অনুসৰি ৩৫০জন মানুহৰ অসাৱধানতাৰ কাৰণে ভাৰতবৰ্ষত মৃত্যু হয়। চৰকাৰী বহু নীতি-নিৰ্দেশনা বান্ধি দিয়াৰ পিছতো পথ সুৰক্ষা নীতি প্রায়ক্ষেত্ৰতে মানি চলা দেখা নাযায়। উদাহৰণস্বৰূপে মটৰ চাইকেল চলাওঁতে হেলমেট পৰিধান কৰা, গাড়ী চলাওঁতে চিটবেল্ট পৰিধান কৰা, দ্রুতবেগত গাড়ী নচলোৱা, সুৰাপান কৰি গাড়ী নচলোৱা, পথচাৰীৰ ওপৰত দৃষ্টি ৰখা, এখন গাড়ীৰ পৰা আন এখন গাড়ীৰ মাজত দূৰত্ব বজাই বাহন চলোৱা, নিশা ডীপাৰ লাইটৰ ব্যৱহাৰ কৰা ইত্যাদি বহু নীতি-নিয়ম চৰকাৰীভাবে বান্ধি দিয়াৰ পিছতো প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd