• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰই উত্তৰ-পূব দূৰ সংযোগ খণ্ডত বিনিয়োগ কৰিব পোন্ধৰ হেজাৰ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 8:49 am
মনোজ সিনহা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন ডিজিটেল ইণ্ডিয়াক বাস্তৱ ৰূপ দিয়াৰ অংশ স্বৰূপে উত্তৰ-পূবত দূৰ সংযোগ ক্ষেত্ৰত বিনিয়োগ পোন্ধৰ হেজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় দূৰ সংযোগ মন্ত্ৰ্যালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী মনোজ সিনহাই মঙলবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত এই কথা সদৰী কৰে। মঙলবাৰে হোটেল তাজ ভিভাণ্টাত উত্তৰ-পূবৰ মন্ত্ৰীসকলৰ লগত দূৰ সংযোগ প্ৰকল্পসমূহৰ অগ্ৰগতি আৰু অন্যান্য প্ৰকল্পৰ বিষয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত কেন্দ্ৰই উত্তৰ-পূবৰ বাবে লোৱা দূৰ সংযোগ প্ৰকল্প তথা ইতিপূৰ্বে লোৱা আচঁনিসমূহৰ বিষয়ে সদৰী কৰে।

উত্তৰ-পূবৰ ১২,০১৭ গাওঁ পঞ্চায়তক দূৰ সংযোগ ব্যৱস্থাৰ অধীনলৈ অনাৰ কথা উল্লেখ কৰি কয় যে ২০১৯ চনৰ মাৰ্চৰ ভিতৰত উত্তৰ-পূবৰ সকলো গাওঁ পঞ্চায়তক এই ব্যৱস্থাৰ অধীনলৈ অনাৰ লক্ষ্যৰে বিনিয়োগৰ পৰিমান পোন্ধৰ হেজাৰ কোটি টকালৈ বৃদ্ধিৰ পৰিকল্পনা কৰা বুলি জনায়। ইয়াৰ উপৰি এই বছৰৰ ভিতৰত উত্তৰ-পূৱৰ ৪২৪০ খন গাওঁ পঞ্চায়তক ‘ব্ৰড বেণ্ড’ আৰু উপগ্ৰহীয় সংযোগ ব্যৱস্থাৰ অধীনলৈ অনাৰ বাবে ৭৩৩ কোটি টকা ব্যয় ধাৰ্য কৰা বুলিও সংবাদমেলত কয়। আনহাতে মোবাইল নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে গাওঁ, চহৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতো মোবাইল টাৱাৰ স্থাপন কৰাৰ পৰিকল্পনা লোৱা বুলি সদৰী কৰে।

Apply Now

উল্লেখযোগ্য যে মঙলবাৰে অনুষ্ঠিত হোৱা বৈঠকত অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত ২,৮১৭ টা মোবাইল টাৱাৰ স্থাপন কৰাৰ বাবে বি এছ এন এল আৰু ইউ এছ অ’ ফাণ্ডৰ সৈতে চুক্তি সম্পন্ন হয়। স্মৰ্তব্য যে বি এছ এন এলে উত্তৰ-পূৰ্বাঞ্চললৈ ৰূপায়ন কৰা অষ্টমংগল প্ৰকল্পও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰান্তটোৰ বাবে উচৰ্গা কৰে। এই প্ৰান্তটোৰ দূৰ সংযোগ ব্যৱস্থাৰ বিকাশ সাধন হ’লেহে নিয়োগ, পৰ্যটন তথা উদ্যোগীকৰণৰ গতি অধিক ত্বৰাণ্বিত হ’ব বুলি কয় মন্ত্ৰী মনোজ সিনহাই।

এই বৈঠকত উপস্থিত থকা অসমৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কেন্দ্ৰ চৰকাৰে লোৱা পদক্ষেপ সমূহক লগতে বিভাগটোৰ কাম কাজ ত্বৰাণ্বিত কৰাৰ বাবে কেন্দ্ৰই এজন বিশেষ সচিব নিয়োগ কৰাৰ যি সিদ্ধান্ত লৈছে তাক আদৰণি জনায়। বৈঠকত অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, টেলিকম বিভাগৰ সচিব অৰুণা সুন্দৰাজন, ড’নাৰ মন্ত্ৰ্যালয়ৰ সচিব নবীন বাৰ্মা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ আৰু বি এছ এন এলকে ধৰি টেলিকম খণ্ডৰ বহু বিষয়া উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd