• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষ্ণু ৰাভা দিৱস : বিশ্বনাথ, নামৰূপত বৰ্ণাঢ্য আয়োজন

কাজি জেইদুল ইছলাম আৰু অক্ষয় প্ৰণৱ কলিতা by কাজি জেইদুল ইছলাম আৰু অক্ষয় প্ৰণৱ কলিতা
June 20, 2018 9:10 pm
Bishnu_rabha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ আৰু নামৰূপটো বিভিন্ন কাৰ্য্যসূচীৰে আজি ২০ জুনত উদযাপিত হয় বিষ্ণু ৰাভা দিৱস।

বিশ্বনাথ ঘাট

Apply Now

বিশ্বনাথ ঘাটৰ পুৰণি গাঁৱত অৱস্থিত বীণাপানি নাট্য মন্দিৰ প্ৰাঙ্গণত ৰংমন-ৰাংঢালী বিহুৱা দলৰ উদ্যোগত উদযাপিত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত পুৱাৰেপৰা  উদুলি-মুদুলি হৈ পৰে পৰিৱেশ। পুৱা প্ৰায় ৯ বজাত নাট্য মন্দিৰ প্ৰাংগণত পতাকা উত্তোলন কৰি কলাগুৰুগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰা হয়| ইয়াৰ পিছত কাৰ্যসূচী অনুযায়ী নাট্যমন্দিৰ চৌহদত শিশুসকলৰ মাজত প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয়| সাম্প্ৰতিক সময়ত সমগ্ৰ দেশ কঁপোৱা নীলোৎপল-অভিজিত হত্যাকাণ্ডৰ লগতে কাজিৰঙা গঁড় হত্যাকো অভিনয়ৰ জৰিয়তে উপস্থাপন কৰে কণ কণ শিশুসকলে। শিশুসকলে চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে বিষ্ণু ৰাভা সংগীত আৰু কবিতা আবৃত্তিটো ভাগ লয়| অনুষ্ঠানৰ মাজ ভাগত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ নৱ প্ৰজন্মৰ যুৱকসকলৰ উদ্যোগত হোৱা অনুষ্ঠানটি উদযাপন কৰাত প্ৰশংসা কৰাৰ লগতে  চমু বক্তব্য আগবঢ়ায়। পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ হাইস্কুলৰ প্ৰধান শিক্ষক ডালিম চেত্ৰীৰ লগতে দীপক গজুৰেল আৰু মুৰুত বৰদলৈ| উল্লেখ্য যে প্ৰতিযোগিতাসমূহ সুচাৰুৰূপে পৰিচালনা কৰি নিয়াৰ লগতে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কাজি জেইদুল ইছলাম ( বুবু ), পৰশমণি বৰঠাকুৰ,  উৎপল দাস আৰু উত্তম দাস| বৰেণ্য ব্যক্তিসকলক পৰিচয় কৰাবৰ বাবে আগন্তক সময়ত ৰংমন-ৰাংঢালী বিহুৱা দলে দৃঢ়তাৰে পদক্ষেপ লোৱাৰ কথা দলটোৰ সদস্যসকলে সদৰী কৰে| প্ৰতিযোগিতাৰ অন্তত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বঁটা বিতৰণৰ লগতে প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়|

 

নামৰূপ

নামৰূপত সাহিত্য সভা, আছু, লেখিকা সমাৰোহ, সংগীত মহাবিদ্যালয়, তাপ বিদ্যুৎ কেন্দ্ৰ আদি বিভিন্ন অনুষ্ঠানে আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰে।

নামৰূপ সাহিত্য সভাই নিজা প্ৰেক্ষাগৃহত উদযাপন কৰা অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তাঁতীয়ে সভাক ৫ লাখ টকাৰ চেক প্ৰদান কৰে।

কাজি জেইদুল ইছলাম আৰু অক্ষয় প্ৰণৱ কলিতা

কাজি জেইদুল ইছলাম আৰু অক্ষয় প্ৰণৱ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd