• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষয়া-কৰ্মচাৰীৰ কলমৰ এটা আঁকত নিৰ্ভৰ কৰিব জাতিৰ ভৱিষ্যত : সমুজ্জ্বল ভট্টাচাৰ্য 

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 18, 2018 2:12 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিষয়া-কৰ্মচাৰীসকলৰ কলমৰ এটা আঁকত জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব’।— এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

আজি গুৱাহাটীৰ গণেশগুৰিৰ শ্বহীদ বেদীত অনুষ্ঠিত ‘প্ৰেৰণাৰ দিন’ কাৰ্যসূচীত এনআৰচিৰ উন্নীতকৰণৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি ছাত্ৰ নেতা গৰাকীয়ে কয়— এনআৰচি কৰ্মীসকলক জাতিৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত নিষ্ঠাসহকাৰে কাম কৰিব লাগিব। এনআৰচিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীয়ে কেৱল চাকৰিয়ে কৰা নাই, তেওঁলোকে জাতীয় দায়িত্ব পালন কৰিছে।

Apply Now

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হ’বলৈ মাজত মাথোঁ ৪৩টা দিন বাকী থকা অৱস্থাত এনআৰচি প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক উৎসাহ-প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আছু আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে আজি ‘প্ৰেৰণাৰ দিন’ পালন কৰা হয়।

এই উপলক্ষে গুৱাহাটীত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা, সম্পাদক প্ৰধান ফকৰউদ্দিন আহমেদ প্ৰমুখ্যে দুয়োটা সংগঠনৰ ভালেসংখ্যক বিষয়ববীয়া-কৰ্মী, কেইবাগৰাকীও শ্বহীদ পৰিয়ালৰ সদস্য আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে দুয়োটা সংগঠনৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী তথা উপস্থিত ৰাইজে।

শ্বহীদৰ ত্যাগক ষ্মৰণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়— ‘বিদেশীৰ নামমুক্ত এখন শুদ্ধ এনআৰচি জাতীয় জীৱনৰ দলিল স্বৰূপ হ’ব। এখন শুদ্ধ এনআৰচি প্ৰস্তুত হ’লেহে শ্বহীদৰ ত্যাগক উচিত মূল্য দিয়া হ’ব’।

একেটা অনুষ্ঠানত ভাষণ আগবঢ়াই কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই কয়— ‘এনআৰচি প্ৰক্ৰিয়াত নিয়োজিত কৰ্মচাৰীসকলে বিভিন্ন পক্ষৰ পৰা বিভিন্ন সময়ত বাধা আৰু হেঁচাৰ সন্মুখীন হ’বলগীয়া হৈছে। তৎসত্ত্বেও কৰ্মচাৰীসকলে বিদেশীৰ নামমুক্ত এখন শুদ্ধ এনআৰচি প্ৰস্তুতৰ বাবে অহৰহ কাম কৰি গৈছে’। তেওঁ লগতে স্পৰ্শকাতৰ এলেকাত কাম কৰি থকা কৰ্মীসকলক নিৰাপত্তা প্ৰদানৰ বাবে চৰকাৰক দাবী জনায়। জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত কৰ্মচাৰীসকল কেতিয়াও ৰৈ নাথাকে বুলি উল্লেখ কৰি অসম আন্দোলনৰ নিচিনাকৈ ‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ বুলি ওলাই আহিবলৈ কৰ্মচাৰীসকল সদাপ্ৰস্তুত বুলি কলিতাই মত ব্যক্ত কৰে।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd