• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈষ্ণৱ পণ্ডিত যোগেশ আতৈলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য চৰকাৰৰ

মিন্টূ দাস by মিন্টূ দাস
June 16, 2018 11:19 am
batadraba 1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক, বৰনাম লগুৱা, থানৰ ভঁ‌ৰালী যোগেশ আতৈয়ে স্বাস্থ্যৰ উন্নতিৰ হ’কে শুকুৰবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰ এক আৰ্থিক সাহায্য লাভ কৰে। এই আৰ্থিক সাহায্য প্ৰদান কৰে বটদ্ৰবা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।

উল্লেখ্য যে, শ্ৰীশ্ৰীবটদ্ৰবা থানৰ একনিষ্ঠ সেৱক, বৰনাম লগুৱা, থানৰ ভঁ‌ৰালী তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত যোগেশ আতৈ সম্প্ৰতি কৰ্কট ৰোগত আক্ৰান্ত হৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ তত্বাৱধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। গুৰুতৰভাৱে অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে।

Apply Now

জীৱনৰ বাটত ৫০ টাৰো অধিক বছৰ গুৰুজনাৰ জীৱন আদৰ্শক সাৰোগত কৰি বটদ্ৰবা থানৰ চৈধ্য প্ৰসংগ, গীত-মাত, অংকীয়া ভাওনা, নাম-প্ৰসংগৰ প্ৰণালীবদ্ধ চৰ্চাত ওৰে দিন  ব্ৰতী হৈ থকা এইগৰাকী মহান বৈষ্ণৱৰ কাৰণে থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে অলপতে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীক সাক্ষাৎ কৰি শ্ৰী শ্ৰী বটদ্ৰবা থানৰ সৰ্বাংগীন উন্নয়ন, বিকাশৰ লগতে বিশিষ্ট বৈষ্ণৱ পণ্ডিতগৰাকীৰ স্বাস্থ্যসন্মত সকলো বিষয় বিতংভাবে অৱগত কৰিছিল।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে প্ৰেছ উপদেষ্টাগৰাকীয়ে বৈষ্ণৱ পণ্ডিত যোগেশ আতৈক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত শীঘ্ৰে যাৱতীয় সকলো চৰকাৰী পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে বটদ্ৰবা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৈষ্ণৱ পণ্ডিত তথা শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক, বৰনাম লগুৱা, থানৰ ভঁ‌ৰালী যোগেশ আতৈৰ স্বাস্থ্যৰ বুজ লয় আৰু লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰ এক আৰ্থিক সাহায্য প্ৰদান কৰে।

বটদ্ৰবাৰ বিধায়িকাগৰাকীৰ সংগ প্ৰদান কৰি উপস্থিত হোৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক ব্ৰজেন কাকতি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰে তেখেতৰ আশু আৰোগ্য কামনা কৰে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd