• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ খনন আৰু এক্সপ্ৰেছৱে’ নিৰ্মাণ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা

সুকৃতি গগৈ by সুকৃতি গগৈ
February 13, 2018 6:20 pm
Conclave on Brahmaputra River Basin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ অববাহিকাৰ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত চলি থকা দুদিনীয়া আলোচনাত ব্ৰহ্মপুত্ৰৰ খননৰ লগতে ব্ৰহ্মপুত্ৰ এক্সপ্ৰছৱে’ নিৰ্মাণৰ বিষয়টোৱে মুখ্য স্থান পায়।

আলোচনাটোত অনেক ধাৰযুক্ত নদীখনৰ স্বাভাৱিক গতিক নিয়ন্ত্ৰণলৈ অনাৰ ফলত নদীখনৰ পৰিৱেশৰ ওপৰত পৰিব ক্ষতিৰ সন্দৰ্ভত আলোচনা কৰা হয়।

Apply Now

খননৰ কাৰিকৰী দিশ সমূহৰ ওপৰত আলোকপাত কৰি গুৱাহাটীত অৱস্থিত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ(IWAI)ৰ সঞ্চালক এ কে বাঞ্চালে কয়, ‘খনন কাৰ্যক জলজান সমূহৰ চলাচলৰ সুচলতাতে সীমাব্ধ ৰখা হৈছে। আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে নৌ পৰিবহণৰ বাবে আটাইতকৈ গভীৰ সুঁতি বিচাৰি উলিওৱা। তাৰ বাবে আমি ৫খন জৰীপ জাহাজ সাজু কৰি ৰাখিছো, জাহাজকেইখনে নদীখনৰ অধ্যয়নৰ বাবে মাহত দুবাৰকৈ কম্পুটাৰাইজড মেপিং কৰিব।’

খননৰ ফলত গোটখোৱা বালি সমূহ এক্সপ্ৰছৱেটোৰ নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে।

আনহাতে ব্ৰহ্মপুত্ৰ এক্সপ্ৰছৱেৰ বিভিন্ন দিশক সামৰি ৰাজ্যিক জলসম্পদ বিভাগৰ বিষয়া টপোধন দাসে কয়, ‘ খনন কৰা মাটি বালি সমূহ যাতে নদীখনৰ দুয়োটা পাৰে এক্সপ্ৰছৱে’ নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে মাটি উলিওৱাৰ উদ্দেশ্যে আমি নদীখনক সংকুচিত কৰাৰ ব্যৱস্থা কৰিছো।’

এতিয়ালৈকে প্ৰকাশ পেৱা একমাত্ৰ জৰীপ প্ৰতিবেদনৰ মতে সংকোচনৰ দ্বাৰা ২৩০৭ বৰ্গ কি.মি মাটি উদ্ধাৰ কৰা হ’ব। উক্ত প্ৰকল্পটোৱে নদীখনৰ প্ৰস্থক ২ কিমি লৈকে সীমাবদ্ধ কৰাৰ লক্ষ্য লৈছে।

আনহাতে আইআইটি ৰুৰকীৰ অধ্যাপক নয়ন শৰ্মাই কয়, ‘ খননৰ ফলত নদীখনৰ বেগৰ লগতে ইয়াৰ মূল সুঁতিৰ গেদ বহনৰ ক্ষমতা বৃদ্ধি পাব। ই ধুবুৰীৰ দৰে নামনি অংশত থকা লোকসকলৰ বাবে দুৰ্যোগস্বৰূপ হৈ উঠিব পাৰে।’

শৰ্মাই আৰু কয়, ‘সকলো খুতি-নাতি চালি যাৰি চাইহে এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কামত পৰ্যায়ক্ৰমে আগবাঢ়িব পৰা যাব।’

জানিব পৰা মতে ৬৪,৫৬৪ কোটি টকা ধাৰ্য কৰা এক্সপ্ৰেছৱেটোৰ অহা ৫ৰ পৰা ৭ বছৰত নিৰ্মাণ সম্পুৰ্ণ হৈ উঠিব।

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd