• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ্ধিত বিদ্যুৎ মাচুল, প্ৰি-পেইড মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদলৈ সমৰ্থনৰ আহ্বান সভাপতি ডা৹ ভবেন চৌধুৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2023 4:14 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্ধিত বিদ্যুৎ মাচুল, প্ৰি-পেইড মিটাৰৰ প্ৰতিবাদত আৰু অত্যাধিক লোড শ্বেডিঙৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে কৰিবলগীয়া প্ৰতিবাদলৈ নাগৰিক সমাজ, দল-সংগঠনক সমৰ্থন জনাবলৈ আহ্বান আপ অসমৰ সভাপতি ডা৹ ভবেন চৌধুৰীৰ। উল্লেখ্য যে ১৩ জুন, মঙলবাৰে আম আদমি পাৰ্টীয়ে সমগ্ৰ অসমতে সমষ্টিয়ে সমষ্টিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীলৈ সকলো নাগৰিক সমাজ আৰু দল-সংগঠনৰ সমৰ্থন বিচাৰিছে ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই। লগতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত সকলোকে অংশ গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়।

Apply Now

প্ৰায় প্ৰতি মাহে বিদ্যুৎ মাচুল ৩০ৰ পৰা ৭০ পইচা পৰ্যন্ত চৰকাৰে বৃদ্ধি কৰি আছে। ইয়াৰ বিপৰীতে বিজুলী যোগান ধৰিব পৰা নাই এ পি ডি চি এলে। তদুপৰি প্ৰি-পেইড মিটাৰৰ নামত অতিৰিক্ত বৃহৎ পৰিমাণৰ মাচুল ভৰিবলগীয়া হৈছে গ্ৰাহকে।

আগত যদি এটা পৰিয়ালৰ মাহে বিদ্যুৎ মাচুল ২০০০ টকা আহিছিল, এতিয়া প্ৰি-পেইড মিটাৰ সংযোগ কৰাৰ পাছত সেই পৰিয়ালটোৰ দিনে ৩০০ৰ পৰা ৪০০ টকাৰ মাচুল আগতীয়াকৈ দিবলগীয়া হৈছে। অৰ্থাৎ পৰিয়ালটোৱে প্ৰি-পেইড মিটাৰ সংযোগ কৰাৰ পাছত মাহে ১০ হাজাৰ পৰ্যন্ত মাচুল ভৰিবলগীয়া হৈছে।

এনে প্ৰেক্ষাপটত আম আদমি পাৰ্টীয়ে এ পি ডি চি এলৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

November 9, 2026 12:34 pm
বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

November 9, 2026 11:37 am
From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

November 9, 2026 10:55 am
বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

November 9, 2026 9:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

November 9, 2026 12:34 pm
বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

November 9, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd