• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰিত্ব নাপালে বিধায়ক প্ৰশান্ত ফুকনে : ডিব্ৰুগড়ৰ ৰাজপথত মৌন সমদলেৰে প্ৰতিবাদ সমৰ্থকৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
April 27, 2018 6:59 pm
ProtestOverDenial

ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ সমৰ্থকৰ ৰাজপথত মৌন সমদল। ফটো : অভিক চক্ৰবৰ্তী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছৰ প্ৰতিক্ৰিয়া অব্যাহত আছে অসমৰ বিভিন্ন ঠাইত। মন্ত্ৰীসভাত বিধায়ক প্ৰশান্ত ফুকনক অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত আজি ডিব্ৰুগড়ত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ সমৰ্থকসকলে বেনাৰ আৰু প্লেকাৰ্ড হাতত লৈ খলিহামাৰিত থকা দলীয় কাৰ্য্যালয়লৈ মৌন সমদল কৰি যায়। তাৰ পিছতে প্ৰতিবাদত অংশগ্ৰহণ কৰা দলীয় কৰ্মীসকলে এখন সভা পাতি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশান্ত ফুকনৰ বিষয়টো অৱগত কৰাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে বিধায়ক প্ৰশান্ত ফুকনে নিজেও মন্ত্ৰিত্ব নোপোৱাৰ ক্ষোভত কালি একাধিক দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰিছিল। তেওঁ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে অসম মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদৰ পৰাও অব্যাহতি লৈছিল।

Apply Now

“আমি তেওঁক মন্ত্ৰিত্ব নিদিয়াত হতাশ হৈছো। কাৰণ তেওঁ এজন জ্যেষ্ঠ বিধায়ক। ২০০৬ চনৰ পৰা তেওঁ তৃতীয় বাৰৰ বাবে ডিব্ৰুগড় সমষ্টিত জয়ী হৈছে। এইটো তেওঁৰ বাবে ইতিকিঙৰ দৰে হৈছে।” পৰাগ দত্ত নামৰ এজন সমৰ্থকে কয়।

আনহাতে তাৎপৰ্য্যপূৰ্ণভাৱে সমৰ্থকজনে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত অসমত থকা হিন্দীভাষী সকলৰ প্ৰতিনিধি নথকাটোতো দুখ প্ৰকাশ কৰে। তেওঁ কয়, “অসমত ৩০ লাখ হিন্দীভাষীয়ে বাস কৰে আৰু তেওঁলোকে বিজেপিক ভোট দিছিল। সৰ্বানন্দ সোণোৱাল চৰকাৰত তেওঁলোকৰ প্ৰতিনিধক অন্তৰ্ভুক্ত নকৰাটো ঠিক হোৱা নাই।”

মন কৰিব লগীয়া যে যিসময়ত মন্ত্ৰীসভাখনত অসমৰ থলুৱা জনগোষ্ঠীৰে প্ৰতিনিধিত্ব সঠিক অনুপাতত কৰিব পৰা নাই, সেই সময়ত কাম আৰু উপাৰ্জনৰ বাবে অসমত থকা হিন্দীভাষীৰ প্ৰতিনিধিয়ে স্থান নোপোৱাটোত দুখ প্ৰকাশ কৰিছে বিজেপিৰ অসমীয়া সমৰ্থকে।

আনহাতে ৰাজ্যখনৰ নেপালী সম্প্ৰদায়টোৱেও তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰতিনিধিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰিলে আগন্তুক নিৰ্বাচনবোৰত বিজেপিক বৰ্জন কৰাৰ ভাবুকি দিছে। তেওঁলোকে মাৰ্ঘেৰিটাৰ ভাস্কৰ শৰ্মা আৰু বৰচলাৰ গণেশ কুমাৰ লিম্বৰ মাজৰ কোনোবা এজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd