• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত ভূটানৰ বাণিজ্যিক দূতাবাসৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 9:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভূটানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী লিঅনপো দামচ’ দৰ্জীয়ে আজি যুটীয়াভাৱে মহানগৰীৰ পাঞ্জাবাৰীত ভূটানৰ বাণিজ্যিক দূতাবাসৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

কাৰ্যালয় উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত সৰ্বানন্দই কয় যে, ‘গুৱাহাটীত ভূটানৰ কনচুলেট জেনেৰেল অফিচ মুকলিৰ জৰিয়তে ভূটান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটক, তীৰ্থযাত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকল উপকৃত হোৱাৰ উপৰি ইয়াৰ জৰিয়তে অসমৰ লগতে চুবুৰীয়া ৰাজ্য সমূহৰ লগতো ভূটানৰ বন্ধুত্বৰ এনাজৰী অধিক শক্তিশালী হ’ব।‘

Apply Now

ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ‘এডভাণ্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত অংশ গ্ৰহণ কৰাৰ বাবে ভাৰতে জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিং টবগেক ধন্যবাদ জ্ঞাপন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ভাৰত আৰু ভূটানে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰিছে বুলিও কয়।

ভাৰত-ভূটান আৰু ছিংগাপুৰৰ মাজত প্ৰত্যক্ষ বিমানসেৱা ঘোষণা কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে ভূটানৰ প্ৰধান মন্ত্ৰী টবগে আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী দামচ’ দৰ্জীক ধন্যবাদ জ্ঞাপন কৰে। ‘এক্ট ইষ্ট পলিচি’ ৰূপায়ণৰ প্ৰেক্ষাপটত এই পদক্ষেপে আন্তঃমাণ্ডলিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভূটানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দামচ’ দৰ্জীয়ে ভূটানৰ বাণিজ্যিক দূতাৱাসৰ কাৰ্যালয় মুকলিৰ জৰিয়তে অসম আৰু ভূটানৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সম্বন্ধ অধিক সুদৃঢ় কৰিব বুলি কয়। ভাৰত, ভূটান আৰু ছিংগাপুৰৰ মাজত প্ৰত্যক্ষ বিমান সেৱাৰ ঘোষণাই দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক আগবঢ়াই নিব বুলিও লগতে মন্ত্ৰী গৰাকীয়ে কয়।

আজিৰ উদ্বোধনী অনুষ্ঠানটোত ভূটানৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী লেকে দৰ্জী, অসম বিধান সভাৰ উপাধ্যক্ষা দিলীপ কুমাৰ পাল, শ্ৰম আৰু বিনিয়োগ ইত্যাদি বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, মুখ্য সচিব ভি কে পিপাৰচেনীয়াৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd