• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলাৰ বিৰুদ্ধে অপৰাধৰ মোকাবিলা কৰিবলৈ নতুন অধ্যাদেশৰ সপক্ষে দেৱব্ৰত শইকীয়া

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
April 18, 2018 10:18 pm
Debabrata-Saikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থাৰে শীঘ্ৰেই এখন অধ্যাদেশ অনাৰ পোষকতা কৰিছে।

অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈ থকা অপৰাধৰ প্ৰসংগত নিজৰ চিন্তা ব্যক্ত কৰি শইকীয়াই লগতে কয় যে অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কমেও ছয়খন ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপন কৰা উচিত।

Apply Now

শইকীয়াই কয় যে যোৱা বাজেট অধিৱেশনৰ বিতৰ্কৰ সময়ত সদনত অসম কংগ্ৰেছ বিধায়িনী দলে মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু বিশেষকৈ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণৰ বিষয়ে আলোচনা কৰিবলৈ এক সভা স্থগিত প্ৰস্তাৱ আনিছিল।

‘’ মুখ্যমন্ত্ৰীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধৰ মোকাবিলা কৰিবলৈ পৰৱৰ্তী অধিৱেসনত এখন কঠোৰ আইন অনাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে, এই পদক্ষেপ গ্ৰহণ কৰোতে কেইবামাহো সময় লাগিব আৰু ৰাজ্যখনত মহিলাৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা ইমান বৃদ্ধি পাইছে যে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক হৈ পৰিছে,’’-শইকীয়াই কয়।

তেওঁ লগতে পৰামৰ্শ আগবঢ়ায় যে বিভিন্ন গোচৰৰ দ্বাৰা ইতিমধ্যে আদালতত ইমান বোজা বৃদ্ধি পাইছে যে মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ৰাজ্যখনত কমেও ছয় বা সাতখন বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপন কৰা উচিত।

কেই সপ্তাহমান আগতে কংগ্ৰেছ বিধায়িনী দলৰ এক ১৮ জনীয়া সদস্যৰ দলে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি বিগত দুবছৰত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তথ্য দাঙি ধৰা হৈছিল যিখিনি সময়ত মহিলাৰ বিৰুদ্ধে ২৯২২৩ টা অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ তথ্য লিপিবদ্ধ হৈছে।

ইয়াৰ ভিতৰত ৩০০৯ টা ধৰ্ষণৰ ঘটনা, ১৭১০৬ টা শাৰীৰিক নিৰ্যাতন আৰু ৯১০৮ টা অপহৰণৰ ঘটনা আছে। ৯ টা ধৰ্ষণৰ ঘটনাত আক্ৰান্ত মহিলাগৰাকী হত্যাৰ বলি হৈছে।

‘’যোৱা বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত বিষয়টো উত্থাপন কৰাৰ সময়ত তেওঁলোকে বিষয়টো ফালৰি কটাই নিয়াৰ চেষ্টা কৰা দেখা গৈছিল যাৰ বাবে চৰকাৰক হেচা দিয়াৰ বাবে’’ ৰাজ্যপালৰ হস্তক্ষেপ বিচৰা হৈছিল।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd