• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইবঙৰ গুলীচালনা : ৩০ জানুৱাৰিত দিল্লীত প্ৰতিবাদ কৰিব দিল্লী একশ্যন কমিটি ফৰ আছামে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 9:55 am
Protest-in-Dima-Hasao-678x381

ডিমা হাচাওত জনতাৰ প্ৰতিবাদ। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে ডিমা হাচাও জিলাৰ মাইবঙত প্ৰতিবাদীকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনাৰ বিৰুদ্ধে  অহা মঙলবাৰে নতুন দিল্লীত দিল্লী একশ্যন কমিটি ফৰ আছাম(ডিএচিএ)এ প্ৰতিবাদী ধৰ্ণা কাযৰ্সূচী পালন কৰিব। উক্ত ঘটনাত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আন সাতগৰাকী ব্যক্তি আহত হৈছিল।

একশ্যন কমিটিয়ে নতুন দিল্লীৰ চাণক্যপুৰীত থকা অসম ভৱনৰ সন্মুখত দিনৰ ২ বজাত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব।

Apply Now

‘’ আমি দিল্লীত থকা সকলো গণতান্ত্ৰিক আৰু প্ৰগতিশীল শক্তিক ৩০ জানুৱাৰিৰ দিনৰ ২ বজাত নতুন দিল্লীৰ চানক্যপুৰীত থকা অসম ভৱনৰ সন্মুখত ডিমা হাচাওৰ আৰক্ষীৰ গুলীচালনাৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনালো,’’-একশ্যন কমিটিৰ সমুদ্ৰ শংখ গগৈয়ে জনায়।

একশ্যন কমিটিয়ে মাইবঙত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনাক কঠোৰ ভাষাৰে নিন্দা কৰে।

বৃহস্পতিবাৰে ১২ ঘন্টীয়া ডিমা হাচাও বন্ধৰ সময়ছোৱাত প্ৰতিবাদ কৰিবলৈ যাওতে মাইবং ৰে’ল ষ্টেশ্যনত আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত দুজনৰ গুৱাহাটীলৈ চিকিৎসাৰ বাবে নিয়াৰ পথত মৃত্যু হৈছিল।

প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিমত ডিমা হাচাও জিলাক অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে ডিমা হাচাওৰ পাঁচটা বিভিন্ন সংগঠনে এই বন্ধৰ আহ্বান দিছিল।

‘’প্ৰতিবাদকাৰীসকলে এগৰাকী আগশাৰীৰৰ আৰএছএছ কৰ্মীয়ে গ্ৰেটাৰ নাগালিমত জিলাখনৰ এটা অংশ অন্তৰ্ভুক্ত হোৱা বুলি কৰা মন্তৱ্যৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল,’’-একশ্যন কমিটিয়ে প্ৰকাশ কৰে।

দিল্লী একশ্যন কমিটিয়ে দাবী কৰে যে ‘’অসমত বিশেষকৈ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আতিশয্য বৃদ্ধি পাইছে।‘’ তেওঁলোকে লগতে জনায় যে ‘’ ২০১৬ চনৰ ২৪ মে’ত বৰ্তমানৰ বিজেপি চৰকাৰে ক্ষমতাত অহাৰ পিছত মাইবঙৰ গুলীচালনাৰ ঘটনাটো পঞ্চমটো ঘটনা য’ত আৰক্ষীৰ গুলী চালনাত প্ৰতিবাদকাৰীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।‘’

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd