• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত আয়োজিত আলি আয়ে লৃগাঙত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 7:38 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ সবাতোটকৈ বৰ্ণাঢ্য জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী। প্ৰকৃতিৰ প্ৰতিটো ৰং বুটলি আনি নিজৰ গীত-মাত, বয়ন শিল্প ইত্যাদিৰ জৰিয়তে আমাৰ শিল্প-কলাক এই জনগোষ্ঠীটোৱে অপূৰ্ব ৰূপত ফুটাই তুলিছে। মিচিং সমাজ প্ৰকৃতিপ্ৰেমী। বৃহত্তৰ অসমীয়া সমাজক সজাই পৰাই বৰ্ণিল ৰূপ প্ৰদান কৰা তথা সমৃদ্ধিশালী কৰাত মিচিং জনগোষ্ঠীয়ে অতীজৰে পৰা অতুলনীয় অৱদান আগবঢ়াই আহিছে।’ আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলীৰ জেংৰাইমুখ কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত মিচিং কৃষ্টি উৎসৱ আলি আয়ে লৃগাঙত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘অসমৰ সৰু-বৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি সমূহ আমাৰ বৃহৎ সম্পদ। সেয়েহে এই কৃষ্টি-সংস্কৃতি সমূহৰ বিকাশ, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।’ লগতে মাজুলীৰ পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত ৰাজ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মাজুলীলৈ পৰ্যটকৰ অধিক আগমনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও কয়।

Apply Now

আজি এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে অসমৰ সমাজ তথা সাংস্কৃতিক জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ১৪ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অলপতে গঁড়ৰ আক্ৰমণত নিহত হোৱা প্ৰয়াত বলোৰাম দাসৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ৪ লাখ টকাৰ চেক প্ৰদান কৰে।

আনহাতে এই অনুষ্ঠানতে সৰ্বানন্দই ২৮৪ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ ভিতৰতে প্ৰথম জিলা পৰ্যায়ৰ সংহত কাৰ্যালয় আৰু আৱাসিক চৌহদৰো আধাৰশিলা স্থাপন কৰে। লগতে মাজুলীৰ বাবে নিশাৰ ভাগত নিৰাপদে চলিব পৰা এখন অত্যাধুনিক নৌকা এম্বুলেঞ্চ সোৱাৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

মন কৰিব লগীয়া যে নৌকা এম্বুলেঞ্চত দুজন ৰোগীৰ লগতে ৬ জন যাত্ৰীৰ বহন ক্ষমতা থাকিব। নদীৰ গভীৰতা জানিব পৰাকৈ সমৃদ্ধ এই নৌকা এম্বুলেঞ্চত জিপিএছ ছিষ্টেম উপলব্ধ থকাৰ উপৰি যাত্ৰা কালৰ সুৰক্ষাৰ বাবে লাইভ জেকেট, লাইভ বইছ, সৌৰ শক্তি চালিত ৰেফ্ৰিজাৰেটৰ, লাইট আৰু ফেন আদি চিকিৎসা সংক্ৰান্তীয় জৰুৰী ব্যৱস্থা সমূহ নৌকাৰ ভিতৰতে উপলব্ধ থাকিব।

উক্ত অনুষ্ঠানটোত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া প্ৰমুখ্যে কেইবাগৰাকী বক্তাই ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সাংসদ প্ৰদান বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ শইকীয়াকে বিধায়ক সকল ক্ৰমে ৰমাকান্ত দেউৰী, বিমল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, প্ৰথিতযশা প্ৰকৃতিবিদ পদ্মশ্ৰী যাদৱ পায়েং প্ৰমুখ্যে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd