• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মেক ইন নৰ্থইষ্ট’ আঁচনিৰ জৰিয়তে উত্তৰ- পূৰ্বাঞ্চলৰ বিকাশক নতুন গতি দিয়াৰ প্ৰয়াস কেন্দ্ৰৰ  

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
June 5, 2018 1:22 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি ‘মেক ইন ইণ্ডিয়া’ৰ দৰে উত্তৰ- পূৰ্বাঞ্চলতো ‘মেক ইন নৰ্থইষ্ট’ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।সেই অনুসৰি সোমবাৰে নতুন দিল্লীত এই আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে।

ড’নাৰ মন্ত্ৰীগৰাকীয়ে নতুন পদক্ষেপটোৰ কথা ঘোষণা কৰি এই ক্ষেত্ৰত মন্ত্ৰালয়টোৱে চৰকাৰ আৰু বিভিন্ন বাণিজ্য সংস্থা, ব্যৱসায়িক গোষ্ঠীৰ মাজত সমন্বয়কৰ কাম কৰি আঁচনিখন সাফল্যমণ্ডিত কৰিব বুলি প্ৰকাশ কৰে।

Apply Now

মন্ত্ৰী গৰাকীয়ে লগতে এই আঁচনিখনৰ জৰিয়তে উত্তৰ- পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ উৎপাদিত সামগ্ৰীক স্বকীয়তা প্ৰদানেৰে ইয়াক বিশেষ পৰিচয় দিয়া হ’ব বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে এই নতুন আঁচনিখন ঘোষণা কৰাৰ পাছত ‘এছ’ছেম’ৰ সচিব প্ৰধান ডিএছ ৰাৱাটে মন্ত্ৰী সিঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে।উক্ত বৈঠকখনত ড’নাৰ মন্ত্ৰী গৰাকীয়ে দেশৰ অন্যান্য প্ৰদেশসমূহৰ তুলনাত উত্তৰ- পূৰ্বাঞ্চলৰ অঠোখন ৰাজ্যৰ স্বকীয় পৰিচয় আছে বুলি উল্লেখ কৰা সেই পৰিচয়ৰে ৰাজ্যকেইখনক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ যথেষ্ট সম্ভৱনা আছে বুলি উল্লেখ কৰে।প্ৰসংগক্ৰমে ড’নাৰ মন্ত্ৰী গৰাকীয়ে কয় যে ছিকিমক ‘ভাৰতৰ অৰ্গেনিক ৰাজ্য’, মিজোৰামক ‘ভাৰতৰ বাঁহৰ ৰাজ্য’, মণিপুৰক ‘ভৰতৰ বয়ন ৰাজ্য’ হিচাপে পৰিচিতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত বিগত চাৰি বছৰত উত্তৰ- পূৰ্বাঞ্চলত ক্ষিপ্ৰ গতিৰ বিকাশ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী সিঙে কয়—  ‘এনডিএ চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ- পূৰ্বাঞ্চলত যোগাযোগ আৰু পৰিবহণ খণ্ডৰ আন্তগাঁথনিগত উন্নয়ন সম্ভৱ হৈছে।সেয়েহে দেশৰ বিভিন্ন অংশৰ লগতে বিদেশৰো বিনিয়োগকাৰীসকলে এতিয়া উত্তৰ- পূবত সম্ভৱনাৰ নতুন দুৱাৰ মুকলি কৰিবলৈ আগ্ৰহী হৈছে।এতিয়া এই বিকাশৰ ধাৰাক আগুৱাই নিয়াৰ বাবে এটা প্ৰতিষ্ঠানগত ব্যৱস্থা গঢ় দিয়াতো প্ৰয়োজনীয় হৈ পৰিছে।‘

আনহাতে ড০ সিঙে কয় যে ‘মেক ইন নৰ্থইষ্ট’ পদক্ষেপে কেৱল ৰাজহ আহৰণ বা নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, ইয়ে কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’কো অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব। উদাহৰণ স্বৰূপে তেওঁ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উৎপাদিত সামগ্ৰীয়ে পূৰ্বাঞ্চল সীমামূৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ আদিৰ পৰা গ্ৰাহক লাভ কৰিব পাৰে বুলি উল্লেখ কৰে।সাংস্কৃতিগত তথা খাদ্যাভাসৰ সাদৃশ্য থকাৰ বাবে উত্তৰ- পূবৰ ৰাজ্য সমূহে এখন নতুন বজাৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি লগতে আশা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

তদুপৰি ‘মেক ইন নৰ্থইষ্ট’ আঁচনিখনৰ প্ৰতি বিনিয়োগকাৰী তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান সমূহক অধিক আগ্ৰহী- আকৃষ্ট কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নেডফি, এনইএছএফবি আদিৰ নিয়ম কিছু পৰিমাণে শিথিল কৰিব বুলিও প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

ইয়াৰ ফলত উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে স্বকীয় পৰিচিতিৰে সমগ্ৰ দেশৰ ভিতৰতে সকলো ক্ষেত্ৰতে উজলি উঠিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd