• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত প্রাকৃতিক গছক চেৰ পেলালে প্লাষ্টিকৰ ‘খ্রীষ্টমাছ ট্ৰী’য়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 11:13 am
খ্ৰীষ্টমাছৰ বাবে ছিলঙৰ মটফ্ৰানত বিক্ৰীৰ বাবে ৰখা পাইন গছৰ ডাল দেখা গৈছে

খ্ৰীষ্টমাছৰ বাবে ছিলঙৰ মটফ্ৰানত বিক্ৰীৰ বাবে ৰখা পাইন গছৰ ডাল দেখা গৈছে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত এতিয়া খ্ৰীষ্টমাছৰ উলাহেৰে ভৰি পৰিছে গোটেই পৰিৱেশটো। ৰাজ্যখনৰ ৰাজধানী চহৰ ছিলঙত খ্ৰীষ্টমাছৰ আয়োজন এতিয়া তুংগত। ইয়াৰ মাজতে ‘খ্ৰীষ্টমাছ ট্ৰী’ক লৈ ব্যস্ত হৈ পৰিছে ছিলংবাসী। কিন্তু ইয়াৰ বাবে প্ৰাকৃতিক খ্ৰীষ্টমাছ গছৰ চাহিদা হ্ৰাস পাইছে। তাৰ ঠাই লৈছে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা প্লাষ্টিকৰ খ্ৰীষ্টমাছ ট্ৰীয়ে।

পূৰ্বতে, জনসাধাৰণে বজাৰৰ পৰা পাইন গছৰ ডাল কিনিছিল আৰু উৎসৱৰ সময়ত তাক মাটিত পুতি লৈ খ্ৰীষ্টমাছ ট্ৰী সজোৱা হৈছিল।

Apply Now

অৱশ্যে, যোৱা কেইবছৰত জনসাধাৰণৰ আকৰ্ষণ প্লাষ্টিকেৰে প্ৰস্তুত কৰা খ্ৰীষ্টমাছ ট্ৰীত নিৱদ্ধ হৈছে। এই প্লাষ্টিকৰ গছবোৰ মেঘালয়ৰ বাহিৰৰ পৰা আমদানি কৰা হয়।

পূব খাচী পাহাৰ জিলাৰ মাওৰেঙৰ দৰে অঞ্চলসমূহৰ পৰা গাওঁবাসীয়ে উৎসৱৰ সময়ত চহৰলৈ পাইন গছৰ ডালবোৰ লৈ আনে আৰু সেইবোৰ ২৫০ টকাৰ পৰা আৰম্ভ কৰি বিভিন্ন দৰত বিক্ৰী হয়।

পূৰ্বতে লোকসকলে ছিলঙৰ মুখ্য বজাৰ অঞ্চলৰ প্ৰাকৃতিক খ্ৰীষ্টমাছ গছ বিক্ৰী হোৱা ইউদাহ, খ্যানদাই লেড আৰু আন ব্যৱসায়িক কেন্দ্ৰসমূহলৈ গৈ গছ ক্ৰয় কৰি আনিছিল।

কিন্তু এতিয়া লোকসকলে প্ৰাকৃতিক গছৰ সলনি প্লাষ্টিকৰ গছহে পছন্দ কৰিবলৈ লৈছে। ইয়াৰ এক কাৰণ হৈছে প্লাষ্টিকৰ গছবোৰ পৰৱৰ্তী বছৰৰ খ্ৰীষ্টমাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি।

অৱশ্যে, যুৱক ছামছাৰলাং আৰু তেওঁৰ বন্ধুসকলে স্বীকাৰ কৰে যে যেতিয়া ইয়াক নিষ্কাষণৰ কথা আহে, দেখা যায় যে প্লাষ্টিকৰ গছবোৰে নিশ্চিতভাৱে পৰিৱেশ বিনষ্ট কৰিব।

‘’ আপুনি য’তেই নেপেলাওক কিয় প্ৰাকৃতিক গছবোৰে পৰিৱেশৰ ক্ষতি নকৰে, কিন্তু পচন নোহোৱা প্লাষ্টিক গছবোৰে পৰিৱেশৰ ক্ষতি কৰিব,’’-ছামছাৰলাঙে কয়।

যীশু খ্ৰীষ্টৰ জন্ম উৎসৱ খ্ৰীষ্টমাছ উদযাপনৰ বাবে আৰু কেইঘন্টামানহে বাকী থকা অৱস্থাত ছিলং চহৰখন খ্ৰীষ্টমাছৰ ৰূপসজ্জাৰে তথা আলোকসজ্জাৰে উদ্ভাসিত হৈ পৰিছে। বিশেষকৈ মানুহৰ ঘৰবোৰ, চৰকাৰী অট্টালিকাসমূহ আৰু বাণিজ্যিক কেন্দ্ৰসমূহ চমকি উঠিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd