• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মেটাৰ অৱ ৰাইট(ছ) ফিল্ম ফেষ্টিভেল’ৰ উদ্বেধনী চলচ্চিত্ৰ হ’ব জাহ্নু বৰুৱাৰ ‘অজেয়’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 4:11 pm
Poster_of_Jahnu_Baruas_Ajeyo-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ ‘অজেয়’ চলচ্চিত্ৰখন নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘মেটাৰ অৱ ৰাইট(ছ) ফিল্ম ফেষ্টিভেল’ৰ উদ্বোধনী চলচ্চিত্ৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। অহা ১৩ মাৰ্চৰ পৰা দুদিন ধৰি চলিবলগীয়া চলচ্চিত্ৰ মহোৎসৱখন আয়োজন কৰিছে ‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভে’।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়চোৱাত অজন আদৰ্শবাদী ডেকা বিপ্পৱী অজেয়ই কেনেদৰে সেই সময়ৰ অসমৰ গাওঁ এলেকাক পৰ্চলিত সামাজিক ব্যাধিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল পৰিচালক জাহ্নু বৰুৱাই সেয়া সুন্দৰভাৱে তুলি ধৰিছে।

Apply Now

উল্লেখযোগ্য যে এই চলচ্চিত্ৰখনক কাহিনী চলচ্চিত্ৰ শাখাত ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল।

এই চলচ্চিত্ৰখনৰ উপৰিও চলচ্চিত্ৰ মহোৎসৱত আন্তঃজাতিক আৰু ৰাষ্ট্ৰীয় পৰিচালনাৰ মাজৰ পৰা বিশেষভাৱে বাচনি কৰা কাহিনী চিত্ৰ, তথ্যচিত্ৰ আৰু ছুটিছৱি প্ৰদৰ্শন কৰা হ’ব।

এই বছৰৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ পৰা অহা চলচ্চিত্ৰৰ ওপৰত বিশেষ মনোযোগ দিয়া হৈছে। এই চলচ্চিত্ৰসমূহৰ পৰা এলেকাটোৰ মানুহৰ জীৱন-ধাৰণ প্ৰণালী, ভৌগোলিক পৰিৱেশৰ লগতে শিশু নিৰ্যাতন, ডাইনীবিদ্যা, অন্ধবিশ্বাস আদি বিভিন্ন বিষয়ৰ ওপৰত এটা অন্তৰ্দৃষ্টি লাভ কৰিব পৰা যাব।

এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া আন আন চলচ্চিত্ৰসমূহৰ বিষয়বস্তু হৈছে আৰক্ষীৰ বৰ্বৰতা, বন্দীৰ অধিকাৰ, কাৰাগাৰত জন্মা শিশু, নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ।

এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া আন এখন চলচ্চিত্ৰ হৈছে কাৰাগাৰত জন্ম লাভ কৰা শিশুৰ জীৱনৰ ওপৰত নিৰ্মিত মালতী ৰাওৰ পৰিচালিত চলচ্চিত্ৰ ‘বিহাইণ্ড বাৰছ’। আন এখন চলচ্চিত্ৰ হৈছে বিহাৰৰ ভগলপুৰত আৰক্ষীয়ে বন্দীৰ চকুত এচিড ঢালি অন্ধ কৰাৰ কাহিনীৰ ওপৰত আধাৰিত অমিতাভ পৰাশৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ ‘দ্য আইজ অৱ ডাৰ্কনেছ’ প্ৰদৰ্শিত হ’ব।

দৃশ্য মাধ্যমে মানুহৰ মনত এটা স্থায়ী প্ৰভাৱ পেলায় বাবে ‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভে’ (চিএইচআৰআই) পৃথিৱীৰ বিভিন্ন কোণত মানৱ অধিকাৰ লংঘনৰ ঘটনাৰ বিষয়ে জনসাধাৰণক অৱগত কৰা তথা তাৰ বিৰুদ্ধে গণমত গঠন কৰাৰ বাবে চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰাৰ উদ্যোগ হাতত লৈছে।

‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভৰ আন্তঃজাতিক সঞ্চালক সঞ্জয় হাজৰিকাই আশা কৰে যে এই চলচ্চিত্ৰ মহোৎসৱ বাৰ্ষিকভাৱে অনুষ্ঠিত কৰিলে জনসাধাৰণক শিশু শ্ৰমিক, প্ৰব্ৰজন, জনগোষ্ঠীয় অধিকাৰ, মহিলা আৰু সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত কৰা হিংসাত্মক ঘটনাৰ বিষয়ে সতচেতন কৰিব পৰা যাব।উল্লেখ্য যে ভাৰতত . ‘কমনৱেল্থ হিউমেন ৰাইটছ ইনিছিয়েটিভৰ ২৫ বছৰ উপলক্ষে এই চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd