• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেধাৱী আৰু অৰ্থনৈতিকভাৱে পিছপৰা শিক্ষাৰ্থীলৈ লংকাৰ দাতব্য ন্যাসৰ জলপানি

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 28, 2018 5:37 pm
OMPRAKASH PRAMILA DEVI MEMORIAL CHARITABLE TRUST
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লংকাস্থিত ওমপ্ৰকাশ প্ৰমিলা দেৱী স্মাৰক দাতব্য ন্যাসে (OMPRAKASH PRAMILA DEVI MEMORIAL CHARITABLE TRUST) ১০ গৰাকী অৰ্থনৈতিকভাৱে পিছ পৰা কিন্তু মেধাৱী শিক্ষাৰ্থীলৈ জলপানি আগবঢ়াব।

এটা সংবাদ-টোকা যোগে ন্যাসৰ অধ্যক্ষ আৰু মেনেজিং ট্ৰাষ্টী ৰোহিত আগৰৱালাই  জনাইছে যে লংকা অঞ্চলৰ অন্তৰ্গত আৰু সদ্য-সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱা শিক্ষাৰ্থীসকলৰ মাজত এই জলপানি সীমাবদ্ধ থাকিব।

Apply Now

সংবাদ-টোকাটোত আৰু কোৱা হৈছে যে নিৰ্বাচিত শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দুটা বৰ্ষৰ বাবে প্ৰতি বছৰত ১০,০০০ টকাকৈ কৈ মুঠ ২০,০০০ টকা প্ৰদান কৰা হ’ব। এই ধনখিনিয়ে ব্যক্তিগত অথবা চৰকাৰী খণ্ডৰ মহাবিদ্যালয় বা প্ৰতিষ্ঠানত অধ্যয়নৰ দুয়োটা বৰ্ষৰ সমস্ত ব্যয় (বিজ্ঞান আৰু কলা)সামৰি ল’ব। ইয়াতে ভৰ্তি আৰু অন্যন্য মাছুলসহ লাগতীয়াল কিতাপ-পত্ৰ আদিৰ ব্যয় সামৰি ল’ব বুলি সংবাদ-টোকাটোত কোৱা হৈছে।

সংবাদ-টোকাটোত কোৱা হৈছে যে এই ন্যাসটোৰ লক্ষ্য হৈছে জাতি, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সমাজলৈ সেৱা আগবঢ়োৱা।

সংবাদ-টোকাটোত আৰু কোৱা হৈছে যে বিগত শিক্ষা-বৰ্ষত প্ৰদান কৰা ১৬গৰাকী শিক্ষাৰ্থীৰ জলপানি এইবাৰো পুনৰ্নবীকৰণ কৰা হ’ব।

বিশিষ্ট ব্যক্তিসকলেৰে গঠিত এখন বিশেষ নিৰ্বাচক কমিটীয়ে শিক্ষাৰ্থীসকলৰ আৱেদনপত্ৰসমূহ পৰীক্ষা কৰি প্ৰকৃত প্ৰয়োজন থকা সকলক এই জলপানিৰ বাবে নিৰ্বাচিত কৰি উলিয়াব।

শিক্ষাৰ্থীসকলে তেওঁলোকৰ আৱেদনপত্ৰসমূহ প্ৰয়োজনীয় নথি-পত্ৰসহ অধ্যক্ষ তথা মেনেজিং ট্ৰাষ্টী ওম প্ৰকাশ প্ৰমিলা দেবী স্মাৰক দাতব্য ন্যাস,লংকা, ষ্টেশ্যন ৰোড পোৱাকৈ পঠাব লাগিব। আৱেদনপত্ৰ পঠোৱাৰ অন্তিম তাৰিখ ৪ জুন, ২০১৮।

উল্লেখ্য যে ২০১৬ চনত প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি ওম প্ৰকাশ প্ৰমিলা দেৱী স্মাৰক দাতব্য ন্যাসে আৰ্থিকভাৱে পিছপৰা, তীক্ষ্ণধী শিক্ষাৰ্থীসকললৈ জলপানি প্ৰদান কৰি আহিছে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd